Assamese Song: Heidina
Toralir
Album: Rajanigandha
Singer: Suman
Kalyanpur
Director: Prafulla
Baruah
Music Director: Kumar
Ranjan
Lyrics: Pradip
Sharma
Year: 1981
জ্বলিছিল আঁখি দুটি কাৰ মৰমত
কিয় বাৰু কঁপিছিল পল পল অনুপলে
তোমাৰ প্ৰণয়ভৰা প্ৰাণ
কোৱাচোন এৰি অভিমান !
-
ভালপোৱাবোৰ যদি ভুলতেই হয়
হিয়া ভাঙি মই গাই যাম গান
ভুল মোৰ হওক অৱসান
কৰিবানে তাকো অপমান
শুনিবানে এৰি অভিমান ?
-
সেইদিনা তৰালিৰ ক্ষীণ পোহৰতজ্বলিছিল আঁখি দুটি কাৰ মৰমত
কিয় বাৰু কঁপিছিল পলে পলে অনুপলে
তোমাৰ প্ৰণয়ভৰা প্ৰাণ
কোৱাচোন এৰি অভিমান !
-
ভুল যদি সেই ফুল দিয়া উটুৱাই
মাথোঁ এপাহ ৰাখি অনুৰোধ
দিবা জানো শেষ সমিধান
কৰিবানে তাকো অপমান
শুনিবানে এৰি অভিমান ?
(প্ৰথমখিনি) ।।
বোলছবি/এলবাম: ৰজনীগন্ধা
গায়ক/গায়িকা: সুমন
কল্যানপুৰ
কথা :- প্ৰদীপ শৰ্মা
পৰিচালক :- প্ৰফুল্ল
বৰুৱা
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
No comments:
Post a Comment