Assamese Song: Alphuli
O Kopou Phol
Album: Moromi
Singer: Dwipen
Borua and Namita Bhattacharjee (Duet)
Music Director: Ramen Barua
Year: 1978
পুৰুষ :- অ’... (আলাপ)
অ’...... (আলাপ)
নাৰী :- অ’... (আলাপ)
অ’...... (আলাপ)
পুৰুষ :- নাই হোৱা শেষ
নাই
শেষ হোৱা
বহু
কথা নাই হোৱা ..হোৱা !
নাৰী :- নাই হোৱা শেষ
নাই
শেষ হোৱা
বহু
কথা নাই হোৱা ..হোৱা !
দুয়ো :- নাই হোৱা শেষ
নাই
শেষ হোৱা
পুৰুষ:- নুফুলা
কলিয়ে
কি
কথা ক’লে
কাণ
পাতি
জানো
শুনা ?
নাৰী :- নুপুৱা
ৰাতিয়ে !
কি
নজনালে
তাৰ
বেঠা জানো জানা ?
পুৰুষ:- এই
যৌৱনে
জনাব
জানে
মাথো
বুকুৰ ভালপোৱা
নাৰী:- অ’...
এই
যৌৱনে
জনাব
জানে
মাথো
বুকুৰ ভালপোৱা
পুৰুষ:- নাই হোৱা শেষ
নাই
শেষ হোৱা
নাৰী :- বহু
কথা নাই হোৱা ..হোৱা !
দুয়ো :- নাই হোৱা শেষ
নাই
শেষ হোৱা ৷৷
বোলছবি/এলবাম: মৰমী (১৯৭৮)
গায়ক/গায়িকা: দ্বিপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য্য
পৰিচালক :- দীজেন্দ্ৰ নাৰায়ন দেৱ
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment