Assamese Song: Joubon Maney (Duet)
Album: Bohagor
Duporiya
Singer: ***
Music Director: Bhupen Ujir
Year: 1985
পুৰুষ:- অ’ হ’.......!
নাৰী:- অ’ হ’......!
পুৰুষ:- ওঁ.. হু... হু..!
ওঁ.. হু... হু..
যৌৱন মানে
পচোৱাৰে লগত অহা
ফাগুণৰে দিন...!
নাৰী:- হেঙুৰে মানেনো কি... ?
পুৰুষ:- ওলাল পখিলাৰে মিলনৰে চিন
নাৰী :- যৌৱন মানে..
দুয়ো :- জীৱনৰে মাদকতাৰ বুজি পোৱাৰ দিন !
নাৰী :- ভৰিছে গৃহ মোৰ
যৌৱন, কিমান, সৰসিতাৰ..
পুৰুষ:- নুবুজে দেহা ৰাইজাই..!
নাৰী :- গাভৰু বয়স হ’ল
চঞ্চল, পিছল, মনৰ অতীত
পুৰুষ:- মোৰো মনো তাতেই দিলোঁ
নাৰী:- মিলনৰ মানেনো কি ?
পুৰুষ:- দেহা য’ত দেহা তাতে
হৈ যায় লীন
নাৰী :- যৌৱন মানে..
দুয়ো :- জীৱনৰে মাদকতাৰ বুজি পোৱাৰ দিন !
পুৰুষ:- দহিছে দেহা মোৰ
যৌৱন, উচ্ছল, তোমালৈ চাই
নাৰী :- মোৰো যে মন ৰাইজাই
পুৰুষ:- ফাগুণৰ বতৰ হ’ল
ৰঙীন, ভয়হীন, উদাৰ-স্বাধীন
নাৰী :- ৰীতি নীতি সদায় কঠিন
পুৰুষ:- ফাগুণৰ মানেনো কি..?
নাৰী :- সময়ৰ হাতত থকা
সুমধুৰ দিন..
পুৰুষ :- যৌৱন মানে..
দুয়ো :- পচোৱাৰে লগত অহা
ফাগুণৰে দিন...!
নাৰী:- হেঙুৰে মানেনো কি... ?
পুৰুষ:- ওলাল পখিলাৰে মিলনৰে চিন
নাৰী :- যৌৱন মানে..
পুৰুষ:- জীৱনৰে মাদকতাৰ বুজি পোৱাৰ দিন !
জীৱনৰে মাদকতাৰ বুজি পোৱাৰ দিন !
বোলছবি/এলবাম: ব’হাগৰ
দূপৰীয়া
গায়ক/গায়িকা: ?
সংগীত পৰিচালক: ভূপেন উজিৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment