Assamese Song: Tarey
Narey
Album: Shakuntala
Aru
Shankar
Josheph Ali
Singer: Dwipen
Baruah et al
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
পুৰুষসকল:- খিচিৰি...!!
তাৰে নাৰে, তাৰে নাৰে !
তাৰে নাৰে, না না
ভনীয়ে বনায় খিচিৰি ভাই
লগে ভাগে বহি খায়,
তাৰে নাৰে, তাৰে নাৰে, তাৰে নাৰে
পুৰুষ:- এক কেজি ডাইলত
চাউল কিমান লাগে
আলু
পিয়াজবোৰ থ ভাগে ভাগে
পুৰুষসকল:- থ....
ভাগে ভাগে...!
ভাগে
ভাগে...!
ভাগে
ভাগে....!
কেৰাচিন
ষ্ট’ভ বজাৰপৰা আনি
পুৰুষ:- সা-ৰে-গা-মা-পা ! পা ! পা ! পানী ! পানী !
পুৰুষসকল:- কেৰাচিন ষ্ট’ভ
বজাৰ পৰা আনি
ঠিক আছেনে নাই, চা চা চা
চা
ভনীয়ে বনায় খিচিৰি ভাই
লগে ভাগে বহি খায়
তাৰে নাৰে, তাৰে নাৰে !
তাৰে নাৰে, না না
ভনীয়ে বনায়
খিচিৰি ভাই
লগে ভাগে বহি খায়
তাৰে নাৰে, তাৰে নাৰে, তাৰে নাৰে
পুৰুষ:- ঘিউ
ভেজাল, তেল ভেজাল
চাউলত
শিল সোমাল
মিল যদিহে ভেজাল
হ’ল
পুৰুষসকল:- ভাই
জা..নিবি !
দোস্তি হেৰাল, দোস্তি হেৰাল, দোস্তি
হেৰাল
হ’ৰ এক মিলি দে: ভাই খিচিৰি
হ’ৰেকতে
ভৈল যা যা যা যা
ভনীয়ে বনায় খিচিৰি ভাই
লগে ভাগে বহি খায়;
তাৰে নাৰে, তাৰে নাৰে
তাৰে নাৰে, না না
ভনীয়ে বনায়
খিচিৰি ভাই
লগে ভাগে বহি খায় ৷৷
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু লগৰীয়াসকল
পৰিচালক : নিপ বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment