Assamese Song: Radhar
Nupurar
Album: Rajanigandha
Singer: Chandrani
Mukherjee
Director: Prafulla
Baruah
Music Director: Kumar
Ranjan
Lyrics: Pradip
Sharma
Year: 1981
নি-সা –গা-মা-পা-নি..সা.. !
সা-নি-পা-মা-গা-সা..
নি-সা…
আ….(আলাপ)
ৰাধাৰ নূপুৰৰ…!
ৰুণঝুণ বাজে..
ৰাধাৰ নূপুৰৰ
ৰুণঝুণ বাজে..
বেণুৰ সুৰে
যমুনাৰ পাৰে পাৰে
যমুনাৰ পাৰে পাৰে !
যমুনাৰ পাৰে পাৰে !
ৰাধাৰ নূপুৰৰ
ৰুণঝুণ বাজে..
পুষ্পিত ফুল কলি
আ….(আলাপ)
পুষ্পিত ফুল কলি…!
পুষ্পিত ফুল কলি
চঞ্চলা পাতলি..
চঞ্চলা পাতলি..!
ধীৰে ধীৰে ওঁ..ওঁ..ওঁ..
ধীৰে ধীৰে সমীৰ বলিছে
গগনে সানিছে...
যমুনাৰ পাৰে পাৰে
যমুনাৰ পাৰে পাৰে !
যমুনাৰ পাৰে পাৰে...
ৰাধাৰ নূপুৰৰ
ৰুণঝুণ বাজে..
বেণুৰ সুৰে
যমুনাৰ পাৰে পাৰে
যমুনাৰ পাৰে পাৰে !
যমুনাৰ পাৰে পাৰে…
ৰাধাৰ নূপুৰৰ
ৰুণঝুণ বাজে
ৰুণঝুণ বাজে
ৰুণঝুণ বাজে…
ঝংকৃত মনো বীণাৰ
ছন্দিত তৰুলতা
নন্দিত ধৰণীৰ
ব্ৰঞ্জিত বননীৰ
বন্দনাত আজি মোৰ
অঞ্জলি...!
ঝংকৃত মনো বীণাৰ
ছন্দিত তৰুলতা
নন্দিত ধৰণীৰ
ব্ৰঞ্জিত বননীৰ
বন্দনাত আজি মোৰ
অঞ্জলি...!
যমুনাৰ পাৰে পাৰে
যমুনাৰ পাৰে পাৰে !
যমুনাৰ পাৰে পাৰে
যমুনাৰ পাৰে পাৰে ..৷৷
বোলছবি/এলবাম: ৰজনীগন্ধা
গায়ক/গায়িকা: চন্দ্ৰানী
মুখাৰ্জী
কথা :- প্ৰদীপ শৰ্মা
পৰিচালক :- প্ৰফুল্ল
বৰুৱা
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment