Assamese Song: O
Ghumoti aah O aah
Album: Shakuntala
Aru
Shankar
Josheph Ali
Singer: Kabita
Barthakur
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
অ’....
অ’ ঘূমতি আহ
অ’…. ঘূমতি
অ’ ঘূমতি আহ অ’ আহ
কহুৱাৰে ফুল যেন বা দি যা !
আলফুলীয়া
অ’ ঘূমতি আহ অ’ আহ
কহুৱাৰে ফুল যেন বা দি যা.. !
আলফুলীয়া
কি লৱণু কোমল মুখখনি
অ’
দেহি ! মোৰ নয়নমণি..!
অ’
দেহি মোৰ নয়নমণি
কি লৱণূ কোমল মুখখনি
অ’
দেহি মোৰ নয়নমণি
আমনি ! নাই…
আমনি নাই..
সোণ ভাগৰুৱা..
অ’ ঘূমতি আহ অ’ আহ.. !
অ’ ঘূমতি আহ ..
ধুমুহা নাহিবি..
দুম দুমাই..
নাগাজিবি মেঘ গুমগুমাই..!
সোণ মোৰ টুপনি যায়..
ধুমুহা নাহিবি
দুম দুমাই..
নাগাজিবি মেঘ গুমগুমাই..!
টুপনি ! যায়..
টুপনি যায়..
সোণ.. আলসুৱা..
অ’ ঘূমতি
! আহ অ’ আহ..
!
কহুৱাৰে ফুল যেন বা দি যা !
আলফুলীয়া
অ’ ঘূমতি আহ অ’ আহ
অ’.. ঘূমতি আহ
ওঁ............ (আলাপ) ৷৷
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: কবিতা
বৰঠাকুৰ
পৰিচালক : নিপ বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
1 comment:
Helpful
Post a Comment