Assamese Song: Ki
Koru Ki Koru
Album: Bonoriya Phul
Singer: Nirmala
Mishra
Music Director: Jayanta
Hazarika
Director :- Atul
Bordoloi
Year: 1973
কি কৰোঁ !
কি কৰোঁ..!
নিৰুপায়... যে !
আদৰে...
দিছোঁ মই
একো যে নাই
মই যেন মৰু চৰাই
যেন শুই ক’ত
গলোঁ
স্বপ্নই কলে মোৰে
চকুলো মোৰ সৰে
সাঁচৰে ! মইনা !
উৰি
গ’..ল ... নাই !
বুকুতে বিষ সিঁচি
যে
মোৰ নাই !
আছিলাঁ (মোৰ) কলি..জা !
প্ৰাণৰে
ফুল !
গছা গ’ল নু..মাই
তাতে
থাকি গ’ল ফুল
সেই ফুল সৰি যায়
তুমি
মোৰ হৈ নাই
মই এৰা দি..য়া !
সু্ঁতি
যেন হৈ
জুই যেন বা..লি..তে !
আছোঁ
যে ৰিঙাই !
তুমি মোৰ হৈ
নাই !
তুমি মোৰ হৈ
নাই !
মই যেন মৰু চৰাই
যেন শুই ক’ত গলোঁ
স্বপ্নই কলে মোৰে
চকুলো মোৰ সৰে ৷৷
বোলছবি/এলবাম: বনৰীয়া
ফুল
গায়ক/গায়িকা: নিৰ্মলা
মিশ্ৰ
সংগীত পৰিচালক: জয়ন্ত
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment