Assamese Song: O
Madhumita
Album: Megh
Singer: Usha Mangeshkar
Director: Atul Bordoloi
Music Director: Jitu-Tapan
Year: 1979
অ’…মধুমি...তা..!
অ’…মধুমিতা...
অ’ মধুমিতা
অ’
মধুমিতা
অ’ মধুমিতা
অ’
মধুমিতা
মই বনফুল
মই
বনলতা
শুনি যোৱা
মনৰে
কথা
শুনি যোৱা
মনৰে
কথা
অ’ মধুমিতা
অ’
মধুমিতা
অ’ মধুমিতা
অ’
মধুমিতা ৷
কোমলী দেহা মোৰ
সমীৰে
লৰা্য় !
কোমলী দেহা মোৰ
সমীৰে
লৰায় !
চেনেহৰ ভাৱনাৰ
মনটি
নচুৱায়
তোমাৰে নাম কৈ
ভোমোৰাই
জোকায় !
তোমাৰে নাম কৈ
ভোমোৰাই
জোকায় !
হে:, হে:,হে:, হে: ..(ফোফনি)
লাজতে মৰি যাওঁ !
লাজতে মৰি যাওঁ !
কতেনো এৰি যাওঁ ?!
মনৰ সাচঁতীয়া বেঁঠা
শুনি যোৱা
মনৰে
কথা
শুনি যোৱা
মনৰে
কথা
অ’ মধুমিতা
অ’
মধুমিতা
অ’ মধুমিতা
অ’
মধুমিতা ৷
আ’....(আলাপ)
আ’....(আলাপ)
পাহাৰী জুৰিটিৰ
হীম
চেঁচা পানী !
পাহাৰী জুৰিটিৰ
হীম
চেঁচা পানী !
দেহাটি তিয়ালোঁ
নমৰে
পোৰণি
সাচঁতীয়া যৌৱনৰ
এনোৱা
অগণি !
সাচঁতীয়া যৌৱনৰ
এনোৱা
অগণি !
কিহ’তে মতি দি
!
কিহ’তে মতি দি
!
কৰিলা অশুজি
কিনো পিৰিতিৰে এঠা
শুনি যোৱা
মনৰে
কথা
শুনি যোৱা
মনৰে
কথা
অ’ মধুমিতা
অ’
মধুমিতা
অ’ মধুমিতা
অ’
মধুমিতা
বোলছবি/এলবাম: মেঘ (১৯৭৯)
গায়ক/গায়িকা: ঊষা
মঙ্গেশকাৰ
পৰিচালক : অতুলবৰদলৈ
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment