Assamese Song: Devata
Koa Mur
Album: Geetimalika / Pran Ganga
Singer: Khagen
Mahanta (duet)
Music Director: Dr.Upen Kakati
Director :- Robin Chetia
Director :- Robin Chetia
Year: 1976
নাৰী :- জান
ঐ অ’....
জান ঐ.. অ’....
পুৰুষ :- আই
ঐ অ’..
আই
ঐ.. অ’..
নাৰী : ৰাতি
হ’বতে ক’ত
?
দেখিলোঁ
ধনকে !
সাৰ
পাই দেখিলোঁ
দিনত..
!
ব’হাগৰ
বিহুটি
ৰমকে
জমকে
ৰমকে
জমকে
ৰাইজাই দেহাত নে
মনত
মোৰ পেঁপাটি ?
বজালা চেনাইটি !
নাচোনৰ চোলালে মন !
দুয়ো :- ফুলে
জিকেমিকায়
ৰ’দে
জিকেমিকায় !
ৰ’দে
জিকেমিকায় !
ব’হাগৰ
লিহিৰী বন...!
আঐ
জানৈ চৰাই বিনন্দীয়া !
আঐ জানৈ পানী ও ধুনীয়া !
আঐ
জানৈ চৰাই বিনন্দীয়া !
আঐ
জানৈ পানী ও ধুনীয়া !
আঐ....
ৰ’দত
তিৰেবিৰে কৰে ,
পুৰুষ :- আঐ
জানৈ মোৰে ময়নামতী
আঐ
জানৈ কোনে সৰজিলে ?
চাই
থাক ! চাই থাক !
কৰে
মোৰ..
দুয়ো :- পিৰিতি
!
তুমি
মোৰ দেহাটি !
তুমি
মোৰ বুকুৰে ধন ..
পুৰুষ :- পানীত
জিকে-মিকাই
পানীয়ে
পৰুৱা
মনত
জিকে-মিকাই
সোণ..!
নাৰী :- মনৰে
আকাশত
বেলি
জিকে-মিকাই
বেলি
জিকে-মিকাই
চেনেহৰ
এনেহেনো..
পুৰুষ :- মোৰ
পিৰিতি !
তুমি
মোৰ দেহাটি !
তুমি
মোৰ আঁচলৰ ধন !
দুয়ো :- মোৰ
চেনাইটি !
পিৰিতিৰ
পেঁপাটি !
বজালা
উতলা মন ..
পুৰুষ :- আই
ঐ... অ’..
নাৰী :- আই ঐ... অ’..
দুয়ো :- আই
ঐ... অ’..
বোলছবি/এলবাম: গীতিমালিকা
/ প্ৰাণগঙ্গা
গায়ক/গায়িকা: খগেন
মহন্ত (দ্বৈত কণ্ঠত)
সংগীত পৰিচালক: ড৹ উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment