Assamese Song: O
Aha Tumi aha
Album: Ponakon
Singer: Suman
Kalyanpur & Pulak Banerjee
Music Director: Kumar Ranjan
Director :- Abdul
Majid
Year: 1979
(?) / 1981
নাৰী:- অ’
আহাঁ....
তুমি আহাঁ...
আহাঁ
আহাঁচোন
এই
মিঠা আবেলি
বিলাওঁ
হাঁহিটি
তুমি
কি নুবুজাঁ
মনৰ
উচুপনি
চকুৰে
ভাষাটি ! আহাঁ..!
তুমি
আহাঁ ...!
তুমি
আহাঁ.... !!
শুনা
শুনাচোন
যৌৱন
অবুজন
নেমানে
বুজনি,
চোৱাঁ
চোৱাচোন..
পখিলা
ভোমোৰাই
উৰে
কি বিচাৰি আহাঁ..
তুমি
আহাঁ ..!
তুমি
আহাঁ.... !!
পুৰুষ:-তুমি সৌ নিলগত !
হাত
মেলি নেপাওঁ ঢুকি...!
তুমি
ফুল পাৰিজাত
মই
যেন মদাৰ.. এপাহি
তুমি
সৌ নিলগত !
হাত
মেলি নেপাওঁ ঢুকি...
তুমি
ফুল পাৰিজাত
মই
যেন মদাৰ.. এপাহি..
মই
অসহায়.. মই নিৰুপায়
মোকেই
কঁপায়.. মোৰেই এই অবতাৰ
মই
অসহায়.. মই নিৰুপায়
মোকেই
কঁপায়.. মোৰেই এই অবতাৰ
নাৰী:- শুনা
শুনাচোন
যৌৱন
অবুজন
নেমানে
বুজনি
চোৱাঁ
চোৱাচোন..
পখিলা
ভোমোৰাই
ফুৰে
কি বিচাৰি.. আহাঁ !
তুমি
আহাঁ ..!
তুমি
আহাঁ.... !!
পুৰুষ:-মোৰ জীৱনৰ
এই
বেলাতেই...... !
মোৰ
জীৱনৰ
এই
বেলাতেই..!
ৰঙীন
আবিৰসনা
যেন এটি পুৱতি
মোৰ
জীৱনৰ
এই
বেলাতেই !
ৰঙীন
আবিৰসনা
যেন এটি পুৱতি
তথাপি
হায় ! মই নিৰুপায়
কিয়
নিৰুপায়
তুমি
বুজা নাই
তথাপি
হায় ! মই নিৰুপায়
কিয়
নিৰুপায়
তুমি
বুজা নাই
নাৰী :- তুমি
কি নুবুজা..
মনৰ
উচুপনি
চকুৰে
ভাষাটি
চোৱাঁ
চোৱাচোন..
পখিলা
ভোমোৰাই
ফুৰে
কি বিচাৰি.. আহাঁ !
তুমি
আহাঁ ..!
তুমি
আহাঁ.... !!
শুনা
শুনাচোন... ৷৷
বোলছবি/এলবাম: পোনাকণ
গায়ক/গায়িকা: সুমন
কল্যানপুৰ আৰু পুলক বেনাৰ্জী
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
পৰিচালক :- আব্দুল মজিদ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment