Assamese Song: Ei
Logonot Kolu
Album: Niyoti
Singer: Jayanta
Hazarika & Nirmala Mishra
Music Director: Jayanta
Hazarika
Year: 1978
পুৰুষ:- এই
লগনত ক’লো
প্ৰতিশ্ৰুতি
দিলোঁ
নাৰী:- আলফুলে
ল’লোঁ
পুৰুষ:- হাততে
হাত থলোঁ
মই
তোমাৰেই
তো..মা..ৰেই..
নাৰী:- (আকাশ
বতাহ সাক্ষী
পাহাৰ
নিজৰা সাক্ষী )←২
পুৰুষ:- ( জনমে
মৰণে
তো...মা..ৰেই..) ←২
এই
লগনত ক’লো
প্ৰতিশ্ৰুতি
দিলোঁ
ইমান
মধুৰ এই
মৰম
বিভুৰ
নাৰী:- ইমান নিবিৰ এই
মৰম
দিলোঁ
মই
তোমাৰেই !
তো..মা..ৰেই
পুৰুষ:- পূৰ্ণতা
যে
নাও
জীৱনৰ
নাৰী :- পূৰ্ণ
কৰিমেই
প্ৰতিটো
প্ৰহৰ..
নাৰীসকল:- আ....
(আলাপ)
পুৰুষ:- জীৱন জুৰি
ৰ’ম
জোনাকে
হৈ..
মৰণতো
ৰ’ম
ছাঁয়াকে
হৈ..
মই
তোমাৰেই !
তো..মা..ৰেই
নাৰী:- আমাৰ
নিয়তি
আমিয়েই
হ’ম
পুৰুষ:- জীৱনৰে
হাঁহি
কোলাতে
ৰ’ম
নাৰী:- মই
তোমাৰেই !
তো..মা..ৰেই
পুৰুষ:- মই
তোমাৰেই !
তো..মা..ৰেই
৷৷
বোলছবি/এলবাম: নিয়তি
গায়ক/গায়িকা: জয়ন্ত
হাজৰিকা আৰু নিৰ্মলা মিশ্ৰ
সংগীত পৰিচালক: জয়ন্ত
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment