Assamese Song: Natun
Tomar Charan Edhani
Album: Geetimalika
/ Sonmai
Singer: Parveen Sultana
Director: Nip
Baruah
Music Director: Ramen
Baruah
Year: 1977
আ.... (আলাপ)
নতুন তোমাৰ !
চৰণ ধ্বনি
মই যে আজি
পালোঁ
চিনি
বাটে বাটে মই
ফুল
চতিয়াই..
তোমাৰ
বাবে বাট চাই !
আছিলোঁ
তোমাৰ লগন গণি ৷
কত নিশা মোৰ
গ’ল
উজাগৰে...
আ....
(আলাপ) !
কত নিশা মোৰ
গ’ল
উজাগৰে..
তুমি
যে থাকিলা
দূৰে
দূৰে..
আজি কিনো দিওঁ
তুমি
আহিছাঁ...
আজি কিনো দিওঁ
তুমি
আহিছাঁ
ফুলাম পাহি আনিছাঁ...
আহাঁ মোৰ
নয়নমণি
!
নি ৰে গা ৰে সা !
পা
মা গা নি সা..
নি ৰে গা মা পা !
নি
ধা পা মা পা !
সা-নি-সা
নি-সা-ধা
গা-মা-পা
গা-মা-পা
গা-মা
গা
!
পা
!
মা
!
গা
!
গা-পা
মা-পা
মা-গা
মা-গা
নি-ৰে সা !
সুৰে সুৰে মই
চন্দে
চন্দে !
বান্ধো তোমাক !
কি
আনন্দে..
জানো জানো মই
তুমি
আহিবা....
জানো জানো মই
তুমি
আহিবা..
দূৰৰ পৰাই
দেখিবা...
সজাই
থোৱা শৰাইখনি !
সজাই থোৱা শৰাইখনি ৷৷
বোলছবি/এলবাম: গীতিমালিকা
/ সোণমাই
গায়ক/গায়িকা: পাৰবিন
চুলতানা
পৰিচালক : নিপ
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment