Assamese Song: Girip
Garap
Album: Upgrah
Singer:
Acharna Mahanta, Anima Talukdar
Music Director: Jitu Tapan
Year: 1972
১ম ল’ৰা:- গিৰিপ্ গাৰাপ্ গিৰিপ্ গাৰাপ্..
আগবাঢ়ি
বাঢ়ি যাম ..!
কদম
কদম তেজ কদম গুলি মৰাই
মোৰ
কাম....
আন সকল :- কদম
কদম তেজ কদম গুলি মৰাই
আমাৰ
কাম....
গিৰিপ্
গাৰাপ্ গিৰিপ্ গাৰাপ্..
১ম ল’ৰা:- লেফট্ ৰাইট ! লেফট্ ৰাইট !
কুইক্
মাৰ্ছ্ ! কুইক্ মাৰ্ছ্ !
১ম ল’ৰা:- ইমান ডাঙৰ হাতবোৰ
ইমান
ডাঠ কাণ
কোন
ক’ত আছ ঠিক বন্দুকটোক আন !
কালৈতো
ভয় নকৰোঁ গুলি চলাই যাম !
কালৈতো
ভয় নকৰোঁ গুলি চলাই যাম !
সকলোৱে :- কদম
কদম তেজ কদম গুলি মৰাই
আমাৰ
কাম....
গিৰিপ্
গাৰাপ্ গিৰিপ্ গাৰাপ্..
আগবাঢ়ি
বাঢ়ি যাম ..!
কদম
কদম তেজ কদম গুলি মৰাই
আমাৰ
কাম...
গিৰিপ্
গাৰাপ্ গিৰিপ্ গাৰাপ্..
১ম ল’ৰা:- মোক দেখি কোনোনো কতা
নাম
নাজানো তাৰ !
২য় ল’ৰা :- মই নোযোৱা মোৰ সমান
শক্তি
আছে কাৰ ?
১ম ল’ৰা:- মোৰ সতে কোন যুঁজ
কাৰ
সাহ চাম ?
২য় ল’ৰা:- মোৰ সতে কোন যুঁজ
কাৰ
সাহ চাম ?
সকলোৱে :- কদম
কদম তেজ কদম গুলি মৰাই
আমাৰ
কাম...
গিৰিপ্
গাৰাপ্ গিৰিপ্ গাৰাপ্..
আগবাঢ়ি
বাঢ়ি যাম ..!
কদম
কদম তেজ কদম গুলি মৰা
আমাৰ
কাম... ৷৷
বোলছবি/এলবাম: উপগ্ৰহ
গায়ক/গায়িকা: অৰ্চনা মহন্ত, অনিমা
তালুকদাৰ
সংগীত পৰিচালক: জিতু – তপন
সংগীত : জিতু – তপন, কেশৱ মহন্ত
১৯৭২
চন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment