Assamese Song: Oi
Kino Maya
Album: Ponakon
Singer: Pulak
Banerjee
Music Director: Kumar Ranjan
Director :- Abdul
Majid
Year: 1979
(?) / 1981
পুৰুষ:- ঐ
কিনো মায়া সংসাৰতে অ’..
দিলা
মোক....
ঠাই...
মজিলোঁ
মজিলোঁ নিতে...!
এই অভাগাই
প্ৰভু
নিজকে বিলাই
প্ৰভু
হে...
ঐ কিনো
মায়া সংসাৰতে অ’..
দিলা
মোক....
ঠাই...
মজিলোঁ
মজিলোঁ নিতে...!
এই অভাগাই
প্ৰভু
নিজকে বিলাই
প্ৰভু
হে...
সাৰকো
সাৰ মাজে
কিনো
লটিঘটি
অ’.......
কৰ্মদোষে
যত জীৱ
যায়
অধোগতি..
নিজৰে
মাজতে নিজে
গৰু যে
হেৰায়..
নিজৰে
মাজতে নিজেতে
গৰু যে
হেৰায়..
তৰণি নেপায়
প্ৰভু হে...
ঐ কিনো
মায়া সংসাৰতে অ’..
দিলা
মোক....
ঠাই...
মজিলোঁ
মজিলোঁ নিতে...!
এই অভাগাই
প্ৰভু
নিজকে বিলাই
প্ৰভু
হে...
হৰি হে...!
এই অৱ শিৰ
গতি প্ৰভু
তুমি বিনে
নাই !
আনসকল :- হেই
! তুমি বিনে নাই !
তুমি বিনে
নাই !
পুৰুষ:- হৰি
হে...এ....!
এই
অভাগাক লোৱা প্ৰভু
চৰণে
চপাই
আনসকল :- হেই
! চৰণে চপাই
চৰণে
চপাই
পুৰুষ:- হৰি
হে...এ....!!
হে
দিয়াহে কৰুণাসিংহ
কৰুণা
বিলাই !
আনসকল :- হেই
! কৰুণা বিলাই
কৰুণা
বিলাই
পুৰুষ:- হৰি
হে.......!
হৰি
হে.......!!
হৰি
হে........!!!
বোলছবি/এলবাম: পোনাকণ
গায়ক/গায়িকা: পুলক
বেনাৰ্জী
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
পৰিচালক :- আব্দুল মজিদ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment