Assamese Song: Nayanmoni
O Nayanmoni
Album: Nayanmani
Singer: Bhupinder
& Suman Kalyanpur
Music Director: Jeetu Tapan
Lyrics: Gunasindhu
Hazarika
Year: 1981
পুৰুষ:- নয়নমণি
!
অ’...
নয়নমণি !
অ’
নয়নমণি... !
অ’
নয়নমণি.. !
অ’
নয়নমণি...
অ’
নয়নমণি..
কিযে
মোহনীয়া তুমি
অ’...
কিযে
মোহনীয়া তুমি
যেন
তুমিয়েই মোৰ জীৱন সংগিনী
তুমিয়েই
মোৰ জীৱন সংগিনী
অ’
নয়নমণি... !
অ’
নয়নমণি.. !
নাৰী:- অ’....
(আলাপ)
অ’....
(আলাপ) !
তোমাতেই
মগন
মোৰ
এই মন
জানানে
নেজানা তুমি ?
প্ৰতিটো প’ল
ছাঁ
হৈ ৰম
লোৱা
যদি আকোঁৱালি !
লোৱা
যদি আকোঁৱালি
পুৰুষ:- অ’
নয়নমণি... ! [ নাৰী:- অ’..
আলাপ]
অ’
নয়নমণি.. ! [ নাৰী:- অ’
নয়নমণি.. ]
নয়নমণি.. !
অ’… নয়নমণি..
!
ৰশ্মি বাঢ়িব মোৰ দৃষ্টিত
আকোৱালি
ল’লে তোমাক !
আমি
ৰচি যাম
সুন্দৰ
সৃষ্টিক
এটি
এটি মিঠা ভাষাৰ...
নাৰী:- এই
শ্ৰেষ্ঠ প্ৰেমেই সোণোৱালী হওঁক
বুকুত
থাকিম কাহিনীৰে
এই
পাহিতেই
সানিবা
ৰহণ
জীৱন
লগৰী মোৰেই !
জীৱন
লগৰী মোৰেই
অ’
নয়নমণি... ! [ পুৰুষ:- অ’..
আলাপ]
অ’
নয়নমণি.. [ পুৰুষ:- অ’.. আলাপ]
কিযে
মোহনীয়া তুমি
অ’..
কিযে
মোহনীয়া তুমি
পুৰুষ:- যেন
!
তুমিয়েই
মোৰ জীৱন সংগিনী
তুমিয়েই
মোৰ জীৱন সংগিনী
নাৰী:- অ’......
(শেষলৈ)
পুৰুষ:- নয়নমণি..
!
বোলছবি/এলবাম: নয়নমণি
গায়ক/গায়িকা: ভুপিন্দৰ
আৰু সুমন কল্যানপুৰ
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment