Assamese Song: Dunia
Amar
Album: Bibhrat
Singer: Khagen
Mahanta et al
Music
Director: Melodika
Director: Phani
Talukdar
Year: 1972
পুৰুষ:- দুনীয়া আমাৰ আস্তানা
দিল মস্গুল মাস্তানা !
দুনীয়া আমাৰ আস্তানা
দিল মস্গুল মাস্তানা !
জীৱন বাটত কিমান যে বেগানা..
তুমিও পলৰীয়া আমিও পলৰীয়া
আজব দুনীয়া জামানা !
তুমিও পলৰীয়া আমিও পলৰীয়া
আজব দুনীয়া জামানা !
অ’... অ’.. অ’.. অ’.
অ’... অ’.. অ’.
অ’... অ’.. অ’. অ’.
অ’... অ’.. অ’.. অ’...
সৰু সৰু মানুহৰ..
এইয়া যে
জীৱন ভাই !
নাৰী :- সমাজৰ বজাৰত
নাই কোনো দাম নাই !
দুয়ো :- দুনীয়া মেহবুব আমাৰ..!
যদিও আমি আঞ্জানা !
যদিও আমি আঞ্জানা !
প্যাৰ মোহব্বত
আমাৰ নাই ভাৱনা !
পুৰুষ :- (হে) আৰে ভাই !
দুয়ো :- তুমিও যে অঘৰী
আমিও যে অঘৰী
আজব দুনীয়া জামানা !
তুমিও যে অঘৰী
আমিও যে অঘৰী
আজব দুনীয়া জামানা !
অ’... অ’.. অ’. অ’.!
অ’... অ’.. অ’.
অ’... অ’.. অ’. অ’.!
অ’... অ’.. অ’. অ’..
পুৰুষ:- এইচব ভাগৰণ
বেইগান মচ্গুল !
নাৰী :- হৰদম জাৱানী
আমিও উচপাৰ কুল
দুয়ো :- দুয়ো মঠ-মঞ্জিল আমাৰ..!
চাৰা দুনীয়া দিৱানা !
চাৰা দুনীয়া দিৱানা !
এই নগৰত আমাৰ নাই ঠিকনা.
পুৰুষ:- (হে) আৰে ভাই
দুয়ো :- তুমিও মুচাফিৰ
আমিও মুচাফিৰ
আজব দুনীয়া জামানা !
তুমিও মুচাফিৰ
আমিও মুচাফিৰ
আজব দুনীয়া জামানা !
পুৰুষ:- দুনীয়া আমাৰ আস্তানা
দিল মস্গুল মাস্তানা !
জীৱন বাটত কিমান যে বেগানা
(হে) আৰে ভাই
তুমিও পলৰীয়া আমিও পলৰীয়া
আজব দুনীয়া জামানা !
তুমিও পলৰীয়া আমিও পলৰীয়া
আজব দুনীয়া জামানা !
বোলছবি/এলবাম: বিভ্ৰাট
গায়ক/গায়িকা: খগেন মহন্ত আৰু লগৰীয়াসকল
সংগীত পৰিচালক: মেলডিকা
পৰিচালক :- ফণী তালুকদাৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
++++++++++++++++++++++++
No comments:
Post a Comment