| নাটক – কাৰেঙৰ লিগিৰী | ||||||||
| [জ্যোতিপ্ৰসাদ আগৰৱালা] | ||||||||
| ভাৱৰীয়া | ||||||||
| সুন্দৰ কোঁৱৰ | → | অসমৰ এখন ৰাজ্যৰ কোঁৱৰ | ||||||
| সুদৰ্শন | → | ৰাজ্যৰ মুকুতা সাউদৰ পুতেক | ||||||
| (সুন্দৰ কোঁৱৰৰ অন্তৰঙ্গ বন্ধু) | ||||||||
| অনঙ্গৰাম | → | ৰাজ্যৰ মন্ত্ৰীৰ পুতেক | ||||||
| বপুৰা | → | সুন্দৰৰ বিশ্বাসী লিগিৰা | ||||||
| ৰাজমাও | → | সুন্দৰ কোঁৱৰৰ মাক | ||||||
| কাঞ্চনমতী | → | সুন্দৰৰ কুঁৱৰী → বুঢ়াগোহাঁইৰ জীয়েক | ||||||
| শেৱালি | → | সুন্দৰৰ হাতধৰী লিগিৰী | ||||||
| ৰেৱতী | → | এজনী কাৰেঙৰ লিগিৰী | ||||||
| সেউজী | → | এজনী কাৰেঙৰ লিগিৰী | ||||||
| বুঢ়াগোহাঁয়নী | → | কাঞ্চন কুঁৱৰীৰ মাক | ||||||
| ৰুণুক | → | নাগিনী ছোৱালী | ||||||
| জুনুক | → | নাগিনী ছোৱালী | ||||||
| ঠুনুক | → | নাগিনী ছোৱালী | ||||||
| চাওদাঙ, সৈন্য, নগাল'ৰা, নগা, মানুহ এজনী, চন্তৰী, নাৱৰীয়া ইত্যাদি ৷ | ||||||||
| (সিপিঠিত) | ||||||||
| [ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া] | ||||||||
অনুসন্ধান আকাংক্ষাত
Tuesday, February 19, 2013
নাটক – কাৰেঙৰ লিগিৰী - ভাৱৰীয়া
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment