অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

ধুমুহা নাহিবি পচোৱা নাহিবি





ধুমুহা নাহিবি,পচোৱা নাহিবি

নুনুমাবি এইগছি চাকি

ধুমুহা নাহিবি,পচোৱা নাহিবি

নুনুমাবি এইগছি চাকি

ধুমুহা নাহিবি




এই চাকি নুমালে, এই শিহা শুকালে

মহাদেশ ধৰিব এন্ধাৰে ঢাকি

এই চাকি নুমালে, এই শিহা শুকালে

মহাদেশ ধৰিব এন্ধাৰে ঢাকি

ধুমুহা নাহিবি, পচোৱা নাহিবি

নুনুমাবি এইগছি চাকি

ধুমুহা নাহিবি





ইগছি চাকিৰ শিখা,পোহৰাই ৰ

জনজীৱনৰ এন্ধাৰ নিশা

ইগছি চাকিৰ শিখা, ভাৰতে জ্বলোৱা

জনতন্ত্ৰৰে সাক্ষী

এই চাকি নুমালে, এই শিহা শুকালে

মহাদেশ ধৰিব এন্ধাৰে ঢাকি




ধুমুহা নাহিবি, পচোৱা নাহিবি

নুনুমাবি এইগছি চাকি

নুনুমাবি এইগছি চাকি




(ইউনিক'ডীয় ৰূপান্তৰ  মৌচুমী ভূঞা চৌধুৰী)

No comments: