অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চম্মা থাকিলে


ভূ. হা. :               চম্মা থাকিলে

জৰুৰ জৰুৰ       

পৰৱানা যে আহিব‍ই

...

বেলেগ কণ্ঠ :        ৱাঃ ৱাঃ ৱাঃ চাচা


ভূ. হা. :                 দৰ্জী মানুহ কি গাম ?


চম্মা থাকিলে

জৰুৰ জৰুৰ

পৰৱানা যে আহিব‍ই

বিজুলী দেখিলে           

আচমানখনো জিলিকি

 জিলিকি উঠিব‍ই

চম্মা থাকিলে

জৰুৰ জৰুৰ

পৰৱানা যে আহিব‍ই


বেলেগ কণ্ঠ :        ৱাঃ ৱাঃ ৱাঃ চাচা


ভূ. হা. :                 মনৰ কাপোৰ ফাটি গ'লেও

মহব্বতে চিলাব‍ই
মনৰ কাপোৰ ফাটি গলেও

মহব্বতে চিলাব‍ই

দুটা দিলৰ... 

দুটা দিলৰ

দুই ইনচানক

নিকাহে এটা কৰিব‍ই

সাথ হি সাথ

দুই ইনচানক

নিকাহে এটা কৰিব‍ই


চম্মা থাকিলে

জৰুৰ জৰুৰ

পৰৱানা যে আহিব‍ই

.....

এই যোৰা পাভ যোৰা

যোৰা এই মামুলি নহয়

এই যোৰা পাভ যোৰা

যোৰা এই মামুলি নহয়


ই আলী আৰু ফাতিমাৰ যোৰা

যোৰা কায়ম থাকিব‍ই

ই আলী আৰু ফাতিমাৰ যোৰা

যোৰা কায়ম থাকিব‍ই


চম্মা থাকিলে

জৰুৰ জৰুৰ

পৰৱানা যে আহিব‍ই

.....

পৰৱৰ দিগাৰক

দোৱা মাগিছো

পৰৱৰ দিগাৰক

দোৱা মাগিছো

জিন্দেগী সুন্দৰ হব‍ই

পৰৱৰ দিগাৰক

দোৱা মাগিছো

জিন্দেগী সুন্দৰ হব‍ই


বিজুলী দেখিলেই

আচমানৰো দিল ঢড়ক ঢড়ক কৰিব‍ই


বিজুলী দেখিলেই

আচমা্নৰো দিল ঢড়ক ঢড়ক কৰিব‍ই


চম্মা থাকিলে

জৰুৰ জৰুৰ

পৰৱানা যে আহিব‍ই




(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)


No comments: