অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰাধা অ’, ৰাধা ৰাধা





ৰাধা অ, ৰাধা ৰাধা

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |

ৰাধাৰ নামত কিনো মায়া

কোনে বাৰু বুজে এহে অ ৰাধা !

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |



গোকুলতে কৃষ্ণ থাকে

গোকুলতে ৰাধা,

গোকুলতে কৃষ্ণ থাকে

গোকুলতে ৰাধা;

তথাপি বাঁহীত বাজে ৰাধা ৰাধা

ৰাধা কতে আছা ?

হে ৰাধা কতে আছা ?



ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |             

ৰাধাৰ নামত কিনো মায়া

কোনে বাৰু বুজে এহে অ ৰাধা !

ৰাধা ৰাধা অ ৰাধা       

মোৰ বাঁহীত বাজে |

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |



যমুনাও উজায়ে বয়

জংকি উথানকে,

যমুনাও উজায়ে বয়              

জংকি উথানকে,

শ্যাম মেঘত ৰাধাৰ হাঁহি            

বিজুলি চমকে |

ৰাধা ৰাধা অ ৰাধা

বাঁহীৰ সুৰত বাজে |

ৰাধাৰ নামত কিনো মায়া

কোনে বাৰু বুজে এহে অ ৰাধা !

ৰাধা ৰাধা অ ৰাধা       

মোৰ বাঁহীত বাজে |

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |



আনন্দৰো তেনেই ৰাধা

আনন্দ কানৰে (কাননে ?)          

আনন্দ বাগৰে নামত

লহৰে লহৰে |                   

আনন্দৰো তেনেই ৰাধা

আনন্দ কানৰে (কাননে ?)

আনন্দ বাগৰে নামত         

লহৰে লহৰে |

ৰাধা শক্তি ৰূপত থাকে,

ৰাধা শান্তি ৰূপত থাকে,

ৰাধা ভক্তি ৰূপত থাকে |

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে |



ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে,          

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে;

ৰাধাৰ নামত কিনো মায়া

কোনে বাৰু বুজে এহে অ ৰাধা !

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে,

ৰাধা ৰাধা অ ৰাধা

মোৰ বাঁহীত বাজে ||



*কথা: ড০ নিৰ্মল প্ৰভা বৰদলৈ, সুৰ: প্ৰভাত শৰ্মা
শ্ৰাব্য এলবাম: মোৰ গীত (মিউজিক মেকাৰ্চ, ফাঁচি বজাৰ, গুৱাহাটী)
(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: