গাভৰু স: চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
ডেকা : একবিংশ শতিকা আহিল দেখোঁ
আহিলেই দেখো চয়নিকা
গাভৰু : নতুন শতিকাক সাবটি লবলৈ
চয়নিকা ! চয়নিকা !
গাভৰু স: চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
গাভৰু : তুমি যাক ভাল পাইছা আজি
আজি ! আজি !
সেই ডেকা বন্ধুকো কোৱা !
সেই ডেকা বন্ধুকো কোৱা !
দুয়ো : বিংশ শ্তিকাৰ আবৰ্জনা
ধুই পখালি থোৱা
মনবোৰ নিকা কৰি লোৱা
(অ) মনবোৰ নিকা কৰি লোৱা
গাভৰু : বিংশ শতিকাৰ নাটখনিৰ
পৰিবহি যবনিকা
গাভৰু স: চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
গাভৰু : চয়নিকা ! চয়নিকা ! চয়নিকা !
তুমি কৈশোৰ পাৰ হবা
তুমি কৈশোৰ পাৰ হবা
ডেকা : একবিংশ শতিকাত
গাভৰু : ভৰা যৌবন লৈ
ডেকা : লুইতত সাতুৰিবা (গাভৰু : আ...আলাপ)
নতুন পথেৰে আগুৱাবা
গাভৰু : তুমি নহবা পলাতকা পলাতকা
তুমি নহবা পলাতকা পলাতকা
গাভৰু স: পলাতকা ! পলাতকা !
চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
চয়নিকা ! চয়নিকা ! চয়নিকা ! চয়নিকা !
(ইউনিক'ডীয় ৰূপান্তৰ -দীপা ডেকা)
No comments:
Post a Comment