বিজুলী চাকি জ্বলিল ঘৰে ঘৰে
কাৰ
সাধনাত সুন্দৰ নামি
জগত
পোহৰ কৰে
সেই
বিজুলি জ্বলক আজি
গাঁৱৰ
ঘৰে ঘৰে ৷
কোন
প্ৰতিভাত
সুন্দৰ
নামি
জনৰ
মনত
আলোককম্প
কৰে
কাৰ
গানৰ সুৰত
হুন্দৰ
হাঁহি
জনতাৰ
ৰূপ ধৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৭/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment