জাগে জাগে জাগে
জনগণমন জ্যোতি
গগনে গগনে জ্বলে
বালাৰ্ক
দ্যুতি
জাগে
গণমন জ্যোতি ৷
আজি মুকুলিত জনসাধনা
আজি সুফুলিত জনকামনা
অনুপশমিত
আজি সঞ্চিত যাতনা ৷
আজি
কুসুমিত জন চেতনা
প্ৰশমিত
হওক বেদনা ৷
জীভনৰ জয় গান
ধ্বনিত
সনস্বৰে
পিপূৰণ অন্নৰে বসন্ত জাগক ঘৰে ঘৰে
নবীন
আলোক জাগ
বাহিৰে
ভিতৰে
নিজৰা
ধাৰে ৷
আজি যত আন্ধাৰত
জনমা
মানৱ
আলোকত জ্বলি উঠ
হৈ
অভিনৱ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment