তোলে’কে চায়ে
আছে
অকণি,
তোল’কে চায়ে আছে ৷
আজি শিকলি মুকলি
ভাৰতী
আয়ে
চকুপানী
মছি
তোলে’
অকণি
তোল’কে
চায়ে আছে ৷
গাঁৱৰ গাঁৱলীয়াই
অজলাই দুখীয়াই
বাগিছাৰ বনুৱাই
খনি কাৰেখানাৰ
কতনো
কাজুৱাই
তোল’কে
চায়ে আছে ৷
তোল’কে
চায়ে আছে ৷
তয়ে দেশ তৰিবি
তয়ে দেশ ৰখাবি
জনতাৰ
চোতালত পোহৰ নিজৰাবি
সৰগ
নমাবি
পৃথিৱীলৈ
দুখীয়া
নিছলাই
তোলে’
চাই বাটলৈ
তোলে’
অকণি
তোল’কে
চায়ে আছে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০২/১০১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment