Assamese Song: Heuji
Heuji Heuji O
Film: Kazarangar Kahini
Singer: Mihir
Bordoloi
Lyrics: yotiprasad Agarwala
Year: 1981
আ....(আলাপ পু:স: )
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া !
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া !
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালীৰে
ফুল-ফল
সেন্দুৰীয়া !
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালীৰে
ফুল-ফল
সেন্দুৰীয়া !
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া
আ....(আলাপ পু:স: )
আমাৰ চকুলোৰে
পানী দি জীয়ালো
মাণিকী-মধুৰী ধান ... !
আমাৰ চকুলোৰে আ..(আলাপ
পু:স:)
পানী দি জীয়ালোঁ আ...(আলাপ পু:স:)
মাণিকী-মধুৰী ধান ..! আ...(আলাপ পু:স:)
তোমালৈ আনিছোঁ
জগতৰে শইচ
এৰা অ’ নিমাতী
মান .. !
তোমালৈ আনিছোঁ আ..(আলাপ পু:স:)
জগতৰে শইচ আ.. (আলাপ পু:স: )
এৰা অ’ নিমাতী
মান .. ! আ.(আলাপ পু:স:)
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া ৷৷
বোলছবি/এলবাম: কাজিৰঙাৰ কাহিনী
গায়ক: মিহিৰ বৰদলৈ
কথা/সুৰ: জ্যোতিপ্ৰসাদ
আগৰৱালা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
3 comments:
মান নাছিল মাত আছিল নেকি
জ্যোতিপ্ৰসাদৰ ৰচনাৱলী (প্ৰকাশন পৰিষদে প্ৰকাশ কৰা) কিতাপ খনতো'মান'আছে।
মাত নহয়, মান; অৰ্থাৎ অভিমান ।
Post a Comment