Assamese
Song: Nodi
Ture Bukutey
Film: Upapath
Singers: Samar Hazarika & Manisha Hazarika
Singers: Samar Hazarika & Manisha Hazarika
Music
Director: Manisha Hazarika
Lyrics: Hemanta
Dutta
Year: ?
দুয়ো: ও...
ও...
ও ও হু ..
আ... (আলাপ)
পুৰুষ: নদী তোৰে বুকুতে
কত সোঁত আছে গুপুতে ..
নিচিনো !
দুয়ো: ও...
পুৰুষ: নাজানো !
দুয়ো: ও...
পুৰুষ: নিচিনো !
দুয়ো: ও...
পুৰুষ: নাজানো !
দুয়ো: ও
পুৰুষ: আছে ...
দ’ কাষ চাকেনৈয়া !
আছে ...
সোঁত পকনীয়া
তথাপি তোৰে সোঁততে
বাই যাওঁ জীৱন নাৱকে ..
বঠা বাওঁ
দুয়ো: ও...
পুৰুষ: জোৰে বাওঁ
দুয়ো: ও...
পুৰুষ: বঠা বাওঁ
দুয়ো: ও...
পুৰুষ: জোৰে বাওঁ
দুয়ো: ও...
নাৰী: নদীৰ বুকুত যদি সোঁত নদী থাকক
দূৰত !
পুৰুষ: সময়ো নদীৰ দৰেই পলাবা ক’ত ভয়ত !
নাৰী: জীৱনৰে সেউজী ৰং আছে মাটিৰ বুকুত
!
পুৰুষ: খলা বমা আছে তাকো পিচলে খোজ
খোজত !
পুৰুষ: সময় আমাৰ জীৱনৰ...
আজি আগতকে নিৰ্ন
অচিনা !
দুয়ো: ও...
পুৰুষ: অজানা !
দুয়ো: ও...
পুৰুষ: অচিনা !
দুয়ো: ও...
পুৰুষ: অজানা !
দুয়ো: ও...
নাৰী: আছে ...
দুখৰে প্ৰহৰ...
আছে ...
কত যে খং..
পুৰুষ: কাঁইটতে জীৱন ফুলামে...
সাহেৰে মৰণ জিনিমে ...
যুজি যাওঁ !
দুয়ো: ও...
পুৰুষ: যুজি যাওঁ !
দুয়ো: ও...
যুজি যাওঁ
ও...
যুজি যাওঁ
ও...
যুজি যাওঁ
ও...
যুজি যাওঁ
৷৷
বোলছবি/এলবাম: উপপথ
গায়ক/গায়িকা
: সমৰ
হাজৰিকা আৰু মনিষা
হাজৰিকা
সংগীত
পৰিচালকা : মনিষা হাজৰিকা
ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment