অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

জন্মদিন


জন্মদিন জন্মদিন শুভ জন্মদিন
প্রতিদিন হয় যেন ৰঙীন
জোনে পঢ়া – শুনা কৰি
উঠি ৰেলগাড়ীত
জোনে যাব মানুহৰ উপকাৰ কৰি
পুতলায়ো নাচে আজি
তাক্ ধিনা ধিন্ ধিন্
লহৰা – লহৰি আঙুলি বুলাই
সময়ৰ বাঁহীটিত সুৰ দি যায়
শুভ আশিসেৰে সুৰ দি যায়
প্রতিক্ষণ হয় যেন ৰঙীন ৰঙীন ৷৷

(কথাছবি: মা, ১৯৮৩ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: