সমস্বৰে: আ...
(আলাপ)
ভূ:হা: হে
বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ ..
বানা বন বিশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ ..!
হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ ..
বানা বন বিশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ ৷
সমস্বৰে: আ...
(আলাপ)
ভূ:হা: তবদ্বীপ্ত
অনুৰাগে..
নিদ্রা আচাম্বিতে জাগে
তবদ্বীপ্ত অনুৰাগে..
নিদ্রা আচাম্বিতে জাগে ..
জাগে ..জাগে ... !
জাগে ..জাগে ... !
জাগে নীতিৰিত দল জগতৰ
হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি বান্ধি বিপ্লৱৰ ..
ভাঙা বন বিশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ ..!
সমস্বৰে: আ...
(আলাপ)
ভূ:হা: তব শুভ
আগমনে জ্বলে
ৰক্তভানু নভৱালে !
তব শুভ আগমনে জ্বলে
ৰক্তভানু নভৱালে !
তোলে ..উৰি ডোলে !
তোলে ..উৰি ডোলে !
ৰাঙলি পতাকা পিৰিতৰ ..দলিতৰ ..
হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ ..
ভাঙা বন বিশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ ..!
হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ ..
ভাঙা বন বিশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ ..!
মুক্তি হওঁক নিৰ্যাতিতৰ ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment