Assamese Song: Choku Meli Nachaba
Film: Ajali
Nabou
Singer: ??
Music Director: Ramen
Baruah
Year: 1979
চকু মেলি নাচাবা
অ’ .. ৰ’ লাগি
নাচাবা
চকু মুদি চোৱাচোন দেখা পাবা
তাতেই
মন উতলাই কোনে ?
চিৎ নচুৱায় !
মন উতলাই কোনে ?
চিৎ নচুৱায় !
ৰঙতে ৰঙিলী .. পখিলা !
পৰেহি ফুলতে .. দেখিলা !
ফুলনি নাচিলে হালি-জালি
হালি ... জালি
কোনে বাৰু চাই চাই আপোন পাহৰি
নাযায় ?
ৰঙতে ৰঙিলী .. পখিলা !
পৰেহি ফুলতে .. দেখিলা !
ফুলনি নাচিলে হালি-জালি
হালি ... জালি
কোনে বাৰু চাই চাই আপোন
পাহৰি নাযায় ?
অ’ মন মাৰি
আছাচোন নোচোৱানো কেলৈ ?
ক’ত মৰি যাওঁ
দেই মন পমি যায়
ক’ত মৰি যাওঁ
দেই মন পমি যায়
আৰু যে এখনি... ফুলনি !
ফুলেৰে হৈ আছে .. শুৱনি !
আশাৰে উল্লাহি জাকে সখী
জাকে.. সখী
তালৈ আজি চা মোলৈ
জানো আজি আপোন কোনো নাই
আৰু যে এখনি.. ফুলনি
ফুলেৰে হৈ আছে .. শুৱনি !
আশাৰে উল্লাহি জাকে সখী
জাকে.. সখী
তালৈ আজি চা মোলৈ
জানো আজি আপোন কোনো নাই
অ’ জানো জানো
কাষতে আছে মোৰ বুকুতে
ধন সাঁচতীয়া মোৰ আছে বাট চাই
!
ধন
সাঁচতীয়া মোৰ আছে বাট চাই !
চকু মেলি নাচাবা
অ’ .. ৰ’ লাগি
নাচাবা
চকু মুদি চোৱাচোন দেখা পাবা
তাতেই
মন উতলাই কোনে ?
চিৎ নচুৱায় !
মন উতলাই কোনে ?
চিৎ নচুৱায় !
মন উতলাই কোনে ?
চিৎ নচুৱায় !
বোলছবি: আজলি
নবৌ
গায়িকা: ??
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-গীতটো
শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
4 comments:
my favourite song
গায়িকাগৰাকীৰ নামটো কি আছিল ?
ৰুনজুন ফুখন
ৰুনজুন ফুকন
Post a Comment