পুৰুষ:
কথা: ক’ৰবাত যদি সৰগ আছে তেন্তে এয়ে সৰগ
আমি আস্ত ...আমি আস্ত..
গীত:
নাৰী: সৰগ নামিছে এই ..
পুৰুষ: ভূস্বৰ্গত কোন বেলি যায়
অস্ত... !
নাৰী: প্রেমৰ শিৰনিত চিঞৰি কয় ..
আমি আস্ত !
আমি আস্ত ..
আমি আস্ত !
আমি আস্ত ৷
পুৰুষ: দুটি জীৱনৰ সন্ধিক্ষণত
নাৰী: হাতে হাতে ধৰি
আগুৱা পৰত
দুয়ো যে
দুয়োতে ব্যস্ত !
পুৰুষ: আমি আস্ত !
আমি আস্ত !
নাৰী: আমি আস্ত !
আমি আস্ত !
পুৰুষ: আমি আস্ত !
আমি আস্ত !
নাৰী: আমি আস্ত !
আমি আস্ত !
পুৰুষ: আমি আস্ত !
আমি আস্ত !
নাৰী: আমি আস্ত !
আমি আস্ত !
(ভূপেন হাজৰিকা আৰু লগৰীয়াসকলৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment