অনুসন্ধান আকাংক্ষাত

Thursday, September 8, 2011

অসম ৰত্ন ভূপেন হাজৰিকা দেৱৰ ৮৬ তম জন্মদিৱস (০৮/০৯/২০১১)  


 দিয়াত জন্ম লাভ কৰা (১৯২৬ চনত) ড: ভূপেন হাজৰিকা এজন একেধাৰে বহুমুখী প্রতিভাৰঅধিকাৰী লোক যি নেকি কবি,সাহিত্যিক,সঙ্গীতজ্ঞ,গায়ক,সাংবাদিক, চিত্রকাৰ, নাট্যকাৰ , চিনেমা নিৰ্মাতা যি নেকি অসমীয়া চিনেমা জগতৰ এজন উল্লেখনীয় পথ-পদৰ্শক আৰু সবাৰোপৰি তেওঁ এজন গণ-শিল্পী ৷ তেওঁৰ কন্ঠদান কৰা কেইখনমান অসমীয়া চিনামা ইন্দ্রমালতী(১৯৩৯), এৰাবাটৰ সুৰ(১৯৫৬), শকুন্তলা(১৯৬০),  প্রতিদ্ধনি(১৯৬৪), লটিঘটি(১৯৬৭), চিকমিক বিজুলী(১৯৭১), মন প্রজাপতি(১৯৭৮), স্বীকাৰুত্তি(১৯৮৬), চিৰাজ(১৯৮৮), মাউত বন্ধুৰে(১৯৫৮) উল্লেখযোগ্য ৷ বাংলা তথা হিন্দী চিনামা জগতলৈ অসম বিধান সভা তথা অসম সাহিত্য সভা (সভাপতি,১৯৯৩)ক অলংকিত কৰা দাদা চাহেব ফালকে বঁটা বিজয়ী অসম ৰত্ন ভূপেন দাৰ   অৱদান সৰ্বজনবিদিত ৷পল ৰবচনৰ লগত হোৱা সানিদ্ধ্যত (১৯৪৯ & ১৯৫৫) ভূপেন দাই গোৱা 'আমি একেখন নাৱৰে যাত্রী ....'গীতটো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহৰ অন্তৰে অন্তৰে ৷

No comments: