পুৰুষঃ- অ...... অ........ অ...
অ...... অ........ অ...
পুৰুষঃ - ফাগুনে আনিলে ফুলৰ শৰাই
নাৰীঃ- মন যে পখিলা উৰাদি উৰি যায়
পুৰুষঃ - তোমালৈ বাট
নাৰীঃ- চাই চাই
পুৰুষঃ - ফাগুনৰ দিন
নাৰীঃ- যায় যায়
পুৰুষঃ - নেজানো আহে কিয় ফাগুনৰ দিন
নাৰীঃ- ময়ো যে নেজানো
পুৰুষঃ - মন কিয় স্বপ্ন ৰঙীন
নৰীঃ- মইও যে নেজানো
পুৰুষঃ - আহি কৰেনো নিলাজী নিলাজী
নাৰীঃ- মলয়া বায়
পুৰুষঃ - লাজৰে ওৰণি দিলে গুছায়
পুৰুষঃ - ক'বানে মন লিপিত
লিখিলা নাম কাৰ 2
নাৰীঃ- তোলৈ মন নদী মৃদু মধু জোঁৱাৰ
পুৰুষঃ - ৰামধেনু ৰঙে পিন্ধালে মণিহাৰ 2
পিন্ধালে মণিহাৰ
নাৰীঃ- আজি কাষতে চিনাকি চিনাকি
জনকে পায়
পুৰুষঃ- কিনো আবেগে যাঁচিছে প্ৰাণৰ শৰাই
নাৰীঃ - ক্ষতি কি মন যদি চঞ্চলৱলী হয়
পুৰুষঃ- গুণ গুণ গীতেৰে
তোমাক সাৱতি লয়
পুৰুষ +নাৰীঃ- (ক্ষণিকৰ এই লগন
যদি হয় মধুময়) 2
যদি হয় মধুময়
পুৰুষঃ - সৌ জুৰিয়ে নিজৰি নিজৰি নিজৰি দিলে জনাই
নাৰীঃ- এই জীৱন ও মৰমৰ তুলনা নাই
পুৰুষ+নাৰীঃ- ফাগুনে আনিলে ফুলৰ শৰাই
ৰু...... ৰু.... ৰু....
লা..... লা..... লা....
-
কণ্ঠঃ দ্বিপেন বৰুৱা আৰু বনশ্ৰী সেনগুপ্ত
বোলছবিঃ আদালত
ইউনিক'ড ৰূপান্তৰঃ অৰ্পনা প্ৰীতি গগৈ
অ...... অ........ অ...
পুৰুষঃ - ফাগুনে আনিলে ফুলৰ শৰাই
নাৰীঃ- মন যে পখিলা উৰাদি উৰি যায়
পুৰুষঃ - তোমালৈ বাট
নাৰীঃ- চাই চাই
পুৰুষঃ - ফাগুনৰ দিন
নাৰীঃ- যায় যায়
পুৰুষঃ - নেজানো আহে কিয় ফাগুনৰ দিন
নাৰীঃ- ময়ো যে নেজানো
পুৰুষঃ - মন কিয় স্বপ্ন ৰঙীন
নৰীঃ- মইও যে নেজানো
পুৰুষঃ - আহি কৰেনো নিলাজী নিলাজী
নাৰীঃ- মলয়া বায়
পুৰুষঃ - লাজৰে ওৰণি দিলে গুছায়
পুৰুষঃ - ক'বানে মন লিপিত
লিখিলা নাম কাৰ 2
নাৰীঃ- তোলৈ মন নদী মৃদু মধু জোঁৱাৰ
পুৰুষঃ - ৰামধেনু ৰঙে পিন্ধালে মণিহাৰ 2
পিন্ধালে মণিহাৰ
নাৰীঃ- আজি কাষতে চিনাকি চিনাকি
জনকে পায়
পুৰুষঃ- কিনো আবেগে যাঁচিছে প্ৰাণৰ শৰাই
নাৰীঃ - ক্ষতি কি মন যদি চঞ্চলৱলী হয়
পুৰুষঃ- গুণ গুণ গীতেৰে
তোমাক সাৱতি লয়
পুৰুষ +নাৰীঃ- (ক্ষণিকৰ এই লগন
যদি হয় মধুময়) 2
যদি হয় মধুময়
পুৰুষঃ - সৌ জুৰিয়ে নিজৰি নিজৰি নিজৰি দিলে জনাই
নাৰীঃ- এই জীৱন ও মৰমৰ তুলনা নাই
পুৰুষ+নাৰীঃ- ফাগুনে আনিলে ফুলৰ শৰাই
ৰু...... ৰু.... ৰু....
লা..... লা..... লা....
-
কণ্ঠঃ দ্বিপেন বৰুৱা আৰু বনশ্ৰী সেনগুপ্ত
বোলছবিঃ আদালত
ইউনিক'ড ৰূপান্তৰঃ অৰ্পনা প্ৰীতি গগৈ
No comments:
Post a Comment