পুৰুষঃ এ হে হে ঐ আহাঁ
নাচ ঐ নাচ
(অ' ভাই ঢোল বজাই ঢুলীয়া
বিহুলে উলাই
মই বজাওঁ.... দম্বৰু
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই) 2
পুৰুষঃ উৰ্বশীয়ে নাচিছিলে
মেনকাই ও নাচিছিলে) 2
নাচিছিলে জগত পতি
কলিয়া কানাই
নাৰীঃ কলিয়া কানাই
পুঃ. তহঁতেও নাচ
অ' নাচ
নাৰীঃ দেউ দিবি নাচ তহঁতে
চেউ বুজি নাচ
হেউ ধৰি নাচ তহঁতে
পু+নাঃ মন বুজি নাচ
ঘাম ধালি ... হৈয় হৈয়
নাচ নাচ
ঘাম ধালি নাচ নাচ
দাম পাবি ভাই
অ' ভাই
পুৰুষঃ অ' ভাই ঢোল বজাই ঢুলীয়া
বিহুলে উলাই
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
পুঃ কি কুলক্ষণ মেলিছিলে কাল ৰাৱণে হৰি নিলে 2
জগত পতি ৰামচন্দ্ৰৰ পৰমী সীতা আই
নাঃ সতী সীতা আই
ৰাম বাউল হ'ল
অ' হ'ল
নাৰীঃ বান্দৰ ৰজা সুগ্ৰীৱে আগবঢ়ালে হাত
সেই সুগ্ৰীৱৰে নাতি মিতিৰৰে জাক/জাত
প্ৰাণ ধালি নাচ নাচ
নাচ নাচ
পু+নাঃ প্ৰাণ ধালি নাচ নাচ
ধন পাবি ভাই
অ' ভাই ঢোল বজাই ঢুলীয়া
বিহুলে উলাই
মই বজাওঁ.... দম্বৰু
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
-
বোলছবিঃ ৰাজা
সংগীত পৰিচালকঃ ৰমেন বৰুৱা
কণ্ঠঃ ৰমেন বৰুৱা, দ্বীপেন বৰুৱা আৰু নমিতা গোস্বামী
ইউনিক'ড ৰূপান্তৰঃ অৰ্পনা প্ৰীতি গগৈ
নাচ ঐ নাচ
(অ' ভাই ঢোল বজাই ঢুলীয়া
বিহুলে উলাই
মই বজাওঁ.... দম্বৰু
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই) 2
পুৰুষঃ উৰ্বশীয়ে নাচিছিলে
মেনকাই ও নাচিছিলে) 2
নাচিছিলে জগত পতি
কলিয়া কানাই
নাৰীঃ কলিয়া কানাই
পুঃ. তহঁতেও নাচ
অ' নাচ
নাৰীঃ দেউ দিবি নাচ তহঁতে
চেউ বুজি নাচ
হেউ ধৰি নাচ তহঁতে
পু+নাঃ মন বুজি নাচ
ঘাম ধালি ... হৈয় হৈয়
নাচ নাচ
ঘাম ধালি নাচ নাচ
দাম পাবি ভাই
অ' ভাই
পুৰুষঃ অ' ভাই ঢোল বজাই ঢুলীয়া
বিহুলে উলাই
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
পুঃ কি কুলক্ষণ মেলিছিলে কাল ৰাৱণে হৰি নিলে 2
জগত পতি ৰামচন্দ্ৰৰ পৰমী সীতা আই
নাঃ সতী সীতা আই
ৰাম বাউল হ'ল
অ' হ'ল
নাৰীঃ বান্দৰ ৰজা সুগ্ৰীৱে আগবঢ়ালে হাত
সেই সুগ্ৰীৱৰে নাতি মিতিৰৰে জাক/জাত
প্ৰাণ ধালি নাচ নাচ
নাচ নাচ
পু+নাঃ প্ৰাণ ধালি নাচ নাচ
ধন পাবি ভাই
অ' ভাই ঢোল বজাই ঢুলীয়া
বিহুলে উলাই
মই বজাওঁ.... দম্বৰু
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
মই বজাওঁ দম্বৰু
উৰাই ঘূৰাই
-
বোলছবিঃ ৰাজা
সংগীত পৰিচালকঃ ৰমেন বৰুৱা
কণ্ঠঃ ৰমেন বৰুৱা, দ্বীপেন বৰুৱা আৰু নমিতা গোস্বামী
ইউনিক'ড ৰূপান্তৰঃ অৰ্পনা প্ৰীতি গগৈ
No comments:
Post a Comment