আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
অনুসন্ধান আকাংক্ষাত
Saturday, May 6, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ- 'স'-ৰে আৰম্ভ
'স'-ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
সহস্রজনে মোক প্রশ্ন কৰে
(জলি বৰা)
সাগৰ সংগমত কতনা সাঁতুৰিলোঁ
(মিতালী বৰ্মন )
স্নেহে আমাৰ শত শ্রাৱণৰ
(মিতালী বর্মন)
সৌ সীমাৰ সিপাৰে তৃপ্তি আমাৰ
(গীতার্থ বৰদলৈ)
সময়ৰ অগ্ৰগতি
(দিগন্ত শইকীয়া)
সেউজী পাৰত তোমাৰ নিৰলা ঘৰত
(দীপাংকৰ চেতিয়া)
সাত সমুদ্রৰ পাৰৰে
(স্যামন্ত কুমাৰ গোস্বামী)
সেন্দুৰ সেন্দুৰ প্রভাতী সূৰুজ
সেন্দুৰ সেন্দুৰ প্ৰভাতী সূৰুজ (২য়)
(স্যামন্ত কুমাৰ গোস্বামী)
(দিগন্ত শ
ই
কীয়া)
সেন্দুৰ সেন্দুৰ ফোঁটটিয়ে
(স্যামন্ত কুমাৰ গোস্বামী)
সোণৰ হৰিণা তই ক’ত দেখিলি
(দীপা ডেকা)
(তুমি অসমীয়া ) শংকৰে সিচেঁ নামৰ কঁঠীয়া
(দিগন্ত শইকীয়া)
সদা হাঁহি মুখ
(দিগন্ত শইকীয়া)
সংগ্রাম লগ্নে
আজি
(দিগন্ত শইকীয়া)
সুখ নাই দুখ
নাই
(দিগন্ত শইকীয়া)
সুৰ নগৰীৰ সুৰৰ কুমাৰে
(দিগন্ত শইকীয়া)
সুৰাত মগন ভয়াল ৰাতি
(দিগন্ত শইকীয়া)
সেইজীয়া
বননিৰ
(দিগন্ত শইকীয়া)
সূৰ্য্য উদয় যদি লক্ষ্য আমাৰ
(দিগন্ত শইকীয়া)
সোঁৱৰণী
কুঁৱলীয়ে
(দিগন্ত শইকীয়া)
সোঁৱৰণি মোৰ ৰাঙলী জীৱনৰ
(দিগন্ত শইকীয়া)
সোণৰ কাঠিৰ পৰশ পোৱা
(দিগন্ত শইকীয়া)
স্নেহেই আমাৰ শত শ্রাৱণৰ
(দিগন্ত শইকীয়া)
সু উচ্চ পাহাৰৰ
(দীপা ডেকা)
সুন্দৰী চাঁও কিনো কল্পনা
(দীপা ডেকা)
সখী কোৱা এটিবাৰ কোৱা
সখী হে কি কম দুখৰে কথা
(প্ৰাঞ্জল বড়া)
সঞ্জয়, মোৰ অন্ধ নয়ন
(মালিনী গোস্বামী)
সৌ কাজল কাজল মেঘ
(প্ৰাঞ্জল বড়া)
সংগ্রাম যদি জীৱনৰ এটি নাম
(দিগন্ত শইকীয়া)
সুৰৰে দেউলৰে
(ৰাভা সঙ্গীত)
(দিগন্ত শইকীয়া)
সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক
(অৰুন্ধতী তালুকদাৰ)
সোণে যেন সুধিছে
(দিগন্ত শইকীয়া)
সেৱিলোঁ চৰণে অসমী আই
(দিগন্ত শইকীয়া)
সেউজীয়া বননিৰ বন বৈৰাগী
(দিগন্ত শইকীয়া)
সোঁৱৰণী সমিধান দিয়া
(দিগন্ত শইকীয়া)
সুৰে সুৰে জীৱন কৰি
(দিগন্ত শইকীয়া)
সঁজা এৰি পখী
উৰি
(দিগন্ত শইকীয়া)
সঁচা মানৱতা কিয় মানুহৰ নাই দেখোঁ
(দিগন্ত শইকীয়া)
সৰুপোনা মোৰ আঁতৰি নাযাবি তই
সাৰ্বজনীন হওঁক কল্যাণ
স্মৃতিৰ বুকুত থৈ যাম মোৰ
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment