অনুসন্ধান আকাংক্ষাত

Sunday, July 7, 2013

ৰেডিঅ’






ৰেডিঅ

লণ্ডন কলিং

বাৰ্লিন্‌ লিছ্‌বন

        ব্রডকাষ্ট কৰ্পৰেশ্যন অব্‌ টকিও

ক্রে ৰ্‌ ৰ্‌ ৰ্‌ ৰ্‌ কটক্‌

               টক্‌ টক্‌

ঠক্‌ বা তা তা

        বা জ তা

                ৰাম্‌ না ৰাম্‌ না......

খৰ্‌ ৰ্‌ ৰ্‌ ৰ্‌  ঘ ৰ্‌ ৰ্ ৰ্‌ ক

               ক্রেট্‌ ট্‌ কেৰেট্‌

ডিচ্‌ল্যাণ্ড ডিইচ্‌ল্যাণ্ড উবাৰ আলিছ্‌

               উবাৰ আলিছ্‌ ইন্‌ভাৰ ৱেল্ট্‌

               কট্‌ কট্ হুম্‌ ম্‌ ম্‌ কেক্‌

                       ওৱাওঁ-ওৱাওঁ---

ট ৰ্‌ৰ্‌ ৰ্‌ খৰ্‌ ৰ্‌ ৰ্‌ ৰ্‌ খৰক্‌

                     টক্‌  টক্‌ টক্‌

কোঁ × ×  কোঁ কক্‌ কক্‌ পিঁ পিঁ-পিঁ-চূং

                       কিং কলিং

        চু চিন্‌ য়ু মি চু চিং চাওঁ × × ×

দিছ্‌ ইজ্‌ বি বি চি---

হিয়াৰ ইজ্‌ দি নিউজ্‌

        এ হিউজ্‌---

আৰ্টিলেৰী বেটন ইজ্‌ বেইজিং---× ×

        খেৰেক্‌ টেক্‌ টেক্‌ ---

               মেজৰ কেন্টনী স্পিকিং × × ×

কেৰেট্‌ × × × কেৰেট্‌ জ ৰ্‌ ৰ্‌ ৰ্‌

ওঁ ওৱাও কেট্‌ অ অ অ অই বননিঝৰ্ৰ

অই বন-নিৰ্ঝৰ

        খৰ্‌ ৰ্‌ ৰ্‌ ৰ্‌ ৰ্‌ ৰ্‌ অৰ্‌……

বয়ে যায়

        ঝৰ ঝৰ

        (খ ৰ্‌ ৰ্‌ কট্‌ ক ৰ্‌ ৰ্‌ ৰ্‌ ক ৰ্‌)

               ঐ বন-নিৰ্ঝৰ

                       ঐ বন-নিৰ্ঝৰ × × ×

ওঁক্‌ ওঁক্‌ ওঁক্‌ ওঁক্‌---

কুটুক্‌ কুটুক্‌-----

এ--- এই যে গান গেলেন

        উনি হয়েছেন কুমাৰী হেলেন ৷

তাৰপৰ শুনুন---

খ্ৰেক্‌--- কৰ্‌ হুঁ-উ-উ-উ-উ-ইয়ঁ-ইয়ঁ

কেটেক--- এজলী ৷ উই উই মুঁছিয় × × ×

কেটেক্‌ --- কট্‌ কট্‌ ঠক্‌ ঠক্‌ ঠা ঠা থ্ৰান ---

কলিকতাৰ পৰা কৈছোঁ

অসমীয়াৰ বেতাৰ অনুষ্ঠান ৷

অলপ পৰ পিছতে

অসমীয়াত সংবাদ শুনিবলৈ পাব ----

কেৰেক্‌----

আৰু তাৰ আগতে গাব

খেৰেক্‌---

এটি গান

শ্ৰীমতী মৰমলগা বৰুৱাই

গানটো হৈছে

মোৰ চেনেহৰ অভিমান ৷

ঠেৰ্‌‌ এৰ্‌ ৰ্‌ ৰ্‌ ঠেৰেক্‌..

        খৰ্‌ খৰ্‌ খৰ্‌ খৰ্‌ খৰ্‌

     খৰ্‌ খৰ্‌ খৰ্‌ খৰ্‌ খৰ্‌

টেক্‌ টেক্‌ ঠেক্‌--- অঁ অঁ অঁ ঝ্ৰিং ঝিং ঝং

টাং টিং টুং টিং

ঠুং ঠাং ঠি ঠং

ঠি ঠুং ঠি ঠং

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌

ঢঙ্‌……………..




গুৱাহাটি
১৯ ফেব্ৰুৱাৰী, ১৯৪৪
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিক ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: