Assamese Song: Hiley
hiley theka khaley
Album: Aranya
Singer: Arati
Mukharjee
Director: Samarendra
Narayan Dev
Music Director: Sudhin
Das Gupta
Year: 1971
শিলে শিলে
ঠেকা খালে
নিজৰাৰে
পানী
এচেৰেঙা
ৰঙা ৰ’দে
ৰং দিলে
সানি
ৰং দিলে সানি..!
ৰং দিলে
সানি
শিলে শিলে
ঠেকা খালে
নিজৰাৰে
পানী
এচেৰেঙা
ৰঙা ৰ’দে
ৰং দিলে
সানি
ৰং দিলে সানি..!
ৰং দিলে
সানি
বৰণীয়া
বনৰীয়া
আলসুৱা ফুলে
হালি জালি
মন ঢালি
কিনো কথা ক’লে
মনে যে
বিচাৰে মন
কোনে দিব
আনি
?
এচেৰেঙা
ৰঙা ৰ’দে
ৰং দিলে
সানি
ৰং দিলে সানি..!
ৰং দিলে
সানি
বুকু জুৰ ..
তুমি দূৰ..
দূৰণিৰ ৰিং
মই নামনিৰ দুখ
তুমি ওখ
টিং
বুকু জুৰ ..
তুমি দূৰ..
দূৰণিৰ ৰিং
মই নামনিৰ দুখ
তুমি ওখ
টিং
টিঙে টিঙে
কাৰ ৰিঙে
তুলি গ’ল
ঢৌ
!
কাণে কাণে
কাৰ গানে
বৰষিলে মৌ
নাচনী নিজৰাজনী
কাৰ
পাটৰাণী
এচেৰেঙা
ৰঙা ৰ’দে
ৰং দিলে
সানি
ৰং দিলে সানি..!
ৰং দিলে
সানি
শিলে শিলে
ঠেকা খালে
নিজৰাৰে
পানী ৷৷
বোলছবি/এলবাম: অৰণ্য
গায়ক/গায়িকা: আৰতি
মূখাৰ্জী
পৰিচালক : সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সংগীত পৰিচালক: সুধীন
দাসগুপ্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment