Assamese Song: Dinor Puhor Rongsongia
Film: Aronya
Singer: Manna Dey
Music Director: Samarendra Narayan Dev
Year: ?
দিনৰ পোহৰ
ৰংচঙীয়া !
ভাল মানুহৰ সঙ্গ..
ৰাতিৰ আন্ধাৰ ..!
গমগমীয়া .... !
চোৰ মাতালৰ ৰং ..,
দিনৰ পোহৰ
ৰংচঙীয়া
ভাল মানুহৰ সঙ্গ..
ৰাতিৰ আন্ধাৰ ..
গমগমীয়া .. !
চোৰ মাতালৰ ৰং ৷
ৰাতি ক’লা হাবি ক’লা
ক’লা গোম সাপ !
তাতকৈ ক’লা জাৰনিৰ
মাজ নিশাৰ বাট ..!
মই মদাহী !
থাকোঁ হাঁহি
নাই মোৰ সঙ্গ ..!
ৰাতিৰ আন্ধাৰ ..
গমগমীয়া .. !
চোৰ মাতালৰ ৰং
দিনৰ পোহৰ
ৰংচঙীয়া
ভাল মানুহৰ সঙ্গ
ৰাতিৰ আন্ধাৰ ..
গমগমীয়া .. !
চোৰ মাতালৰ ৰং ৷
চোৰাং বেহা !
কৰি দেহা !
নিমজ কৰে যি.. !
ভাতিখানাত !
ৰাতি সোমাই
হাবিত ফুৰে সি... !
চোৰাং বেহা !
কৰি দেহা !
নিমজ কৰে যি.. !
ভাতিখানাত !
ৰাতি সোমাই
হাবিত ফুৰে সি... !
নাৰী দেখি মা বুলি
দিনত দোৱাই শিৰ !
অৰণ্যত ৰাতি সিয়েই ..
বলাৎকাৰী বীৰ !
মুকলিত যি
দেখা বাপু !
চব ভাওনাৰ চং !
দিনৰ পোহৰ
ৰংচঙীয়া
ভাল মানুহৰ সঙ্গ
ৰাতিৰ আন্ধাৰ ..
গমগমীয়া .. !
চোৰ মাতালৰ ৰং
দিনৰ পোহৰ
ৰংচঙীয়া
ভাল মানুহৰ সঙ্গ
ৰাতিৰ আন্ধাৰ ..
গমগমীয়া .. !
চোৰ মাতালৰ ৰং ৷৷
বোলছবি/এলবাম: অৰণ্য
গায়ক/গায়িকা: মান্না দে
পৰিচালক : সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সংগীত পৰিচালক: সুধীন
দাসগুপ্ত (ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন]
No comments:
Post a Comment