বহুদিন আগেতে ..
বহুদিন আগেতে
গধূলিৰ বেলাতে
তোমাৰ ৰূপ শিখা দেখা
আজ’ পৰে মনেতে
বহুদিন আগেতে ..!
আমাৰ চ’ট’ ঘৰেতে
নিৰালাজানালাতে
তুমিয়ে সেটা পিলে
সুন্দৰ ৰাতে
বহুদিন আগেতে ..!
আধাৰ কাল’ ঝৰেতে !
ক’ত শত বিপদে
আধাৰ কাল’ ঝৰেতে
ক’ত শত বিপদে
তোমাৰ আমাৰ সপোন আনি
শিহৰে পৰাণেতে
বহুদিন আগেতে .. !
আমাৰ স্নেহ সাগৰে
দেখে সাহস জোৱাৰেৰ
বিপদেৰ’ ঝৰ আজি
মালা ৰ’নি নিশেতেৰ
বহুদিন আগেতে .. !
আজি কেবাছৰেতে
গধূলিৰেই বেলাতে
তুমি আমাৰ আপোন হ’লেই
দিয়ে মালা গলেতে !
আজি কেবাছৰেতে !
বহুদিন আগেতে
গধূলিৰ বেলাতে
তোমাৰ ৰূপ শিখা দেখা
আজ’ পৰে মনেতে
বহুদিন ! আগেতে ... ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ → দিগন্ত শইকীয়া)
বহুদিন আগেতে
গধূলিৰ বেলাতে
তোমাৰ ৰূপ শিখা দেখা
আজ’ পৰে মনেতে
বহুদিন আগেতে ..!
আমাৰ চ’ট’ ঘৰেতে
নিৰালাজানালাতে
তুমিয়ে সেটা পিলে
সুন্দৰ ৰাতে
বহুদিন আগেতে ..!
আধাৰ কাল’ ঝৰেতে !
ক’ত শত বিপদে
আধাৰ কাল’ ঝৰেতে
ক’ত শত বিপদে
তোমাৰ আমাৰ সপোন আনি
শিহৰে পৰাণেতে
বহুদিন আগেতে .. !
আমাৰ স্নেহ সাগৰে
দেখে সাহস জোৱাৰেৰ
বিপদেৰ’ ঝৰ আজি
মালা ৰ’নি নিশেতেৰ
বহুদিন আগেতে .. !
আজি কেবাছৰেতে
গধূলিৰেই বেলাতে
তুমি আমাৰ আপোন হ’লেই
দিয়ে মালা গলেতে !
আজি কেবাছৰেতে !
বহুদিন আগেতে
গধূলিৰ বেলাতে
তোমাৰ ৰূপ শিখা দেখা
আজ’ পৰে মনেতে
বহুদিন ! আগেতে ... ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ → দিগন্ত শইকীয়া)
No comments:
Post a Comment