অনুসন্ধান আকাংক্ষাত

Monday, June 4, 2018

মৰম তৃষ্ণা (১৯৬৮)

পৰিচালকঃ-            আব্দুল মজিদ
সংগীত পৰিচালকঃ-  বিবেকানন্দ ভট্টাচাৰ্য
মুক্তিঃ-                   ০৫,০১,১৯৬৮

অৰুন্ধতি অপৰূপা তুমি (শ্যামল মিত্ৰ)
বতাহ বলিছে ধীৰধীৰীয়া (খগেন মহন্ত আৰু পাৰবীন চুলতানা)
দিগদাৰী দিগদাৰী বৰ দিগদাৰী (খগেন মহন্ত)
সপোন ৰঙীন পলাশ বনত (পাৰবীন চুলতানা)
নীলিম গগন  (পাৰবীন চুলতানা)