আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
Friday, May 5, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহ :- 'প' ৰে আৰম্ভ
'প' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
পৃথিৱী আমাক চেনেহ অকণ দিয়া
পোহৰ বীণৰ তাঁৰ
(দিগন্ত শইকীয়া)
প্রেম প্রেম বুলি জগতে ঘূৰিলোঁ
(মিতালী বৰ্মন)
পুঠি মাছৰ উজান উঠে বহাগৰে মাহতে
(বিহু গীত)
(প্ৰাঞ্জল বড়া)
পলাশৰে ৰং
(মালিনী গোস্বামী)
প্ৰতিধ্বনি শুনোঁ মই
(বিষ্ণু শইকীয়া)
প্রথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্রেণীৰ যাত্রী আমি
(মিতালী বর্মন)
পক্ষীৰাজ ঘোঁৰা খট খটকৈ দৌৰা
(দীপা ডেকা)
পৰহি পুৱাতে তুলুঙা
নাৱতে
ৰংমন মাছলে’ গ’ল
(মালিনী গোস্বামী)
পাচলিৰ বাগিচা সৰু বাগিচা
(প্ৰাঞ্জল বড়া)
পিন্ধিলোঁ কতনা
(প্ৰাঞ্জল বড়া)
পোহৰ বিলাসী পাহৰি নেযাবা
এন্ধাৰতো আছে বহুজন
(মানস প্ৰতীম নেওগ)
পিতৃ গৃহ ত্যাগি আই মোৰ পতি গৃহে যায়
(মালিনী গোস্বামী)
পদ্মাৰ ধুমুহাই
(দিগন্ত শইকীয়া)
পাগলাদিয়াৰ পাৰে পাৰে
(দিগন্ত শইকীয়া)
পাহাৰ – ভৈয়ামৰ সঙ্গম থলীতে
(দিগন্ত শইকীয়া)
পাহাৰৰ সিপাৰে
(দিগন্ত শই্কীয়া)
পিয়লি পিয়লি
(দিগন্ত শইকীয়া)
পীৰিতি নামৰে তিনিটি আখৰে
(দিগন্ত শইকীয়া)
পেহী অ’ পেহা
(দিগন্ত শইকীয়া)
প্রচন্দ ধুমুহাই প্রশ্ন কৰে মোক
(গীতাৰ্থ বৰদলৈ)
প্রথম প্রহৰ ৰাত্রি
(দিগন্ত শইকীয়া)
প্রতি নেত্র অশ্রুসিক্ত
(দিগন্ত শই্কীয়া)
প্রথম মৰমে যদি সঁহাৰি নেপায়
(দিগন্ত শইকীয়া)
প্ৰথম প্ৰহৰ ৰাত্ৰি
(উদ্দীপ তালুকদাৰ)
পিৰিতি কি বস্তু
(দিগন্ত শইকীয়া)
পৰ জনমৰ শুভ লগনত
(দিগন্ত শইকীয়া)
পূজো আহা আই মাতৃৰ
(দিগন্ত শইকীয়া)
পাহৰণিৰ কুঁৱলি নিৰৱ সিপাৰে
(দিগন্ত শইকীয়া)
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment