আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
Friday, May 5, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহ :- 'ত' ৰে আৰম্ভ
'ত' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
তোমাৰ উশাহ কঁহুৱা কোমল
(দিগন্ত শইকীয়া)
তুমিয়ে মোৰ কল্পনাৰে হৰিণী নয়না
(গীতাৰ্থ বৰদলৈ)
তপ্ত তীখাৰে অগ্নিশক্তি ৰক্তবর্ণে জ্বলে
(জলি বৰা)
তোমাৰ প্ৰেমৰ ভোগজৰাটি
(দীপা ডেকা)
তেজ দিলা, প্ৰাণ দিলা
(জলি বৰা)
তুমি অসমীয়া
তুমি নুবুজিলা তোমাৰেই অতীতৰ অমিয়া
(জলি বৰা)
তেজৰে চাকি জ্বলাই
সাৰে আছোঁ সাৰে আছোঁ মোৰ আই
(গীতার্থ বৰদলৈ)
তুমি নতুন পুৰুষ
(দিগন্ত শইকীয়া)
তুমি বিয়াৰ নিশাৰ
(দিগন্ত শইকীয়া)
তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ
(প্ৰাঞ্জল বড়া)
তেজপুৰ বিশ্ৱবিদ্যালয় সঙ্গীত
(দীপাংকৰ চেতিয়া)
তেৰশ চৌৱন্নৰ
(উদ্দীপ তালুকদাৰ)
তুমি হ'বা মোৰ ঘৰৰ লখিমী বোৱাৰী
(হিম জ্যোতি তালুকদাৰ)
তেওঁ মেলানী মাগিলে আজি মিলন মেলাৰ
(দীপা ডেকা)
তোমাৰ দেখোঁ নাম পত্রলেখা
(অৰুন্ধতী তালুকদাৰ)
তোমাৰ প্ৰেমৰ ভোগজৰাটি
(দীপা ডেকা )
তুলসীৰ তলে তলে
(স্যামন্ত কুমাৰ গোস্বামী)
তেজৰে কমলাপতি
(দামে সুদামে ডাকে)
তে
জৰে কমলাপতি পৰভাতে নিন্দ
(অৰুন্ধতী তালুকদাৰ)
(দিগন্ত শইকীয়া)
তুমিয়ে গোৱালা প্রিয়া গান
(দিগন্ত শইকীয়া)
তোৰ নাই যে বন্ধোৱা বাট
(দিগন্ত শইকীয়া)
তোমাৰ মৰমে মোৰ
তোমাক সজাম বুলি মানস পটত
(দিগন্ত শইকীয়া)
তোমালৈ মনত পৰে
(দ্বৈত কন্ঠত)
তোৰ কোলাতে জনম লভিলোঁ
(দিগন্ত শইকীয়া)
তুমি মোৰ প্ৰৰণা
(অনামিকা বৰা)
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment