আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
Friday, May 5, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহ :- 'জ' ৰে আৰম্ভ
'জ' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
জিলিকাব লুইতৰে পাৰ
(মৌচুমী ভূঞা চৌধুৰী)
জীৱনটোৰে কান্দোনখিনি খিনি
(দীপা ডেকা)
জিন্দাবাদ মেন্ডেলা
(মৌচুমী ভূঞা চৌধুৰী)
জোনাকৰে ৰাতি অসমীৰে মাটি
(উদ্দীপ তালুকদাৰ)
জোনাকৰে ৰাতি অসমীৰে মাটি
(প্ৰাঞ্জল বড়া)
জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়
(প্ৰাঞ্জল বড়া)
জোনে দি উমলাম তোকে হেৰ’ নাচনী
(বিহু গীত)
(প্ৰাঞ্জল বড়া)
জুইয়ে পোৰা তিৰাশীৰ
(দীপা ডেকা)
জিকমিক দেৱালীৰ বন্তি জ্বলে
(দীপা ডেকা)
জীৱন জুৰি গীতেই গালোঁ
(দীপা ডেকা)
জীৱন নদীৰ দুয়োপাৰৰ মহিমা অপাৰ হে
(অৰুন্ধতী তালুকদাৰ)
জিগি জাগি জাও অ গিজাও
(অৰুন্ধতী তালুকদাৰ)
জন্মদিন
(দিগন্ত শইকীয়া)
জিল্মিলীয়া কোমল বালি
(বনজীত্ পাঠক )
জেঠৰে তেৰৰে বুধৰ দুপৰীয়া
(মালিনী গোস্বামী)
জাগ্রত মানুহৰ ছাঁ দেখি
(দিগন্ত শইকীয়া)
জ্ঞানীজনে কয়
(দিগন্ত শইকীয়া)
জীৱন সিন্ধু বহু বিন্দুৰে হয়
(স্যামন্ত কুমাৰ গোস্বামী)
জীৱনটো যদি অভিনয় হয়
(বিষ্ণু শই্কীয়া)
জীৱন ঘড়ীৰ প্ৰতিটো প’ল
(বনজীত্ পাঠক )
জোনাকী পৰুৱাৰ পোহৰে পোহৰে
(বনজীত্ পাঠক )
জোনাই যেন জোনাকত
(স্যামন্ত কুমাৰ গোস্বামী)
জোনাক জোনাক শীতল জোনাক
(দীপা ডেকা)
তোমাৰ ৰথৰ জয়ধ্বজা
(দীপা ডেকা)
জীৱন যদি হেৰালে তোৰ
(দীপা ডেকা)
জীৱন সুন্দৰ মৰম সুন্দৰ
(স্যামন্ত কুমাৰ গোস্বামী)
জয় জয় নৱজাত বাংলা দেশ
(উদ্দীপ তালুকদাৰ)
জনকপুৰৰ জানকীয়ে
(উদ্দীপ তালুকদাৰ)
জয় বা পৰাজয়
(দিগন্ত শইকীয়া)
জোনাকী অ’ জোনাকী
(দিগন্ত শইকীয়া)
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment