Tuesday, February 19, 2013

নাটক – কাৰেঙৰ লিগিৰী - ভাৱৰীয়া


নাটক – কাৰেঙৰ লিগিৰী






[জ্যোতিপ্ৰসাদ আগৰৱালা]
















ভাৱৰীয়া























সুন্দৰ কোঁৱৰ অসমৰ এখন ৰাজ্যৰ কোঁৱৰ





সুদৰ্শন ৰাজ্যৰ মুকুতা সাউদৰ পুতেক







(সুন্দৰ কোঁৱৰৰ অন্তৰঙ্গ বন্ধু)





অনঙ্গৰাম ৰাজ্যৰ মন্ত্ৰীৰ পুতেক





বপুৰা সুন্দৰৰ বিশ্বাসী লিগিৰা





ৰাজমাও সুন্দৰ কোঁৱৰৰ মাক



          

কাঞ্চনমতী সুন্দৰৰ কুঁৱৰী → বুঢ়াগোহাঁইৰ জীয়েক




শেৱালি সুন্দৰৰ হাতধৰী লিগিৰী





ৰেৱতী এজনী কাৰেঙৰ লিগিৰী





সেউজী এজনী কাৰেঙৰ লিগিৰী





বুঢ়াগোহাঁয়নী কাঞ্চন কুঁৱৰীৰ মাক





ৰুণুক নাগিনী ছোৱালী





জুনুক নাগিনী ছোৱালী





ঠুনুক নাগিনী ছোৱালী





                 চাওদাঙ, সৈন্য, নগাল'ৰা, নগা, মানুহ এজনী, চন্তৰী, নাৱৰীয়া ইত্যাদি ৷










































(সিপিঠিত)





[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]





No comments:

Post a Comment