Saturday, September 1, 2012

কপালতে পিন্ধিলো জিলমিল সোণ পৰুৱা




কপলতে পিন্ধিলো জিলমিল সোণ পৰুৱা

কপলতে পিন্ধিলো জিলমিল সোণ পৰুৱা

ওচৰতে থকা জন পাইও যেন নোপোৱা

মন হল কোমল কহুৱা আ আ আ

ওচৰতে থকা জন পাইও যেন নোপোৱা

এই ছবি জল ছবি পৰশিব নোৱাৰা

এই ছবি জল ছবি পৰশিব নোৱাৰা

পৰশতে ভাগি যায় কাঁচৰে যেন টুকুৰা |

এই ছবি জল ছবি পৰশিব নোৱাৰা

পৰশতে ভাগি যায় কাঁচৰে যেন টুকুৰা |

সঁচা জানো মন দিয়া নিয়া ,

ওচৰতে থকা জন পাইও যেন নোপোৱা

জল ছবি কাঢ়ি আনি বুকুতেই ৰাখিম

জল ছবি কাঢ়ি আনি বুকুতেই ৰাখিম

সপোনা নহয় ছবি দিথকতে দেখিম

হৃদয়ৰ ৰঙে উজলোৱা |

ওচৰতে থকা জন পাইও যেন নোপোৱা

ম‍ই - উহো তুমি -- উহো আমি - উমমমম ...

আগ বাঢ়ো আমি দুয়ো চেনেহৰ মায়াৰে

আগ বাঢ়ো আমি দুয়ো চেনেহৰ মায়াৰে

জীৱন ৰঙীন হল বেলিৰ ৰঙেৰে জীৱন

ৰঙীন হল বেলিৰ ৰঙেৰে

দুয়োৰে পৃথিৱী হল সুৰীয়া আ আ ..

ওচৰতে থকা জন পাইও যেন নোপোৱা

ওচৰতে থকা জন পাইও যেন নোপোৱা

ওচৰতে থকা জন পাইও যেন নোপোৱা



(ইউনিকডীয় ৰূপান্তৰ-বনজীত্‍ পাঠক )

No comments:

Post a Comment