আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
Tuesday, July 10, 2012
ফুলৰে মৌ খাম
ফুলৰে মৌ খাম
মৌ মিঠা লাৰু
জিৰ জিৰ জুৰ জুৰ নিজৰাৰ
পানীৰে উমলি
ফেনৰে ধেমালি কৰোঁ ৷৷
(
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(
ইউনিক
’
ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment