Thursday, June 21, 2012

আনন্দ আনন্দ বুলি


আনন্দ আনন্দ বুলি  

          জগত ভ্ৰমিলোঁ সখা

          আনন্দক নাপালোঁ যে দেখা


আপোন সৰতে বহি

          মনতে বিচাৰি পালোঁ

          তেতিয়াহে দেখিলোঁ, অভিনয় ৰেখা

          আলোকে আন্ধাৰে আছে লেখা ৷৷




(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments:

Post a Comment