[ভূঃ-হাঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
সকলোৱেঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে]←২
ভূঃ-হাঃ- দেবাসুৰে দন্দ কৰি থাকোতেই
উঠে ওখ আকাশতহে
সকলোৱেঃ- (হে)হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
-
ভূঃ-হাঃ- [ফটিকাৰ টেকেলি লৈ পলাই গ'ল
ভেবা লাগি দেৱ দৈত্য চায় ৰ'ল ]←২
তেতিয়াৰে পৰা বুঢ়া আঙুলি
দেখায় জোনায়ে
ফটিকা পিয়ে
সকলোৱেঃ- পিয়েহে পিয়েহে পিয়েহে পিয়েহে←২
-
ভূঃ-হাঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
সকলোৱেঃ-হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
ভূঃ-হাঃ- দেবাসুৰে দন্দ কৰি থাকোতেই
উঠে ওখ আকাশতহে
সকলোৱেঃ- (হে)হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
-
ভূঃ-হাঃ- সোমৰস এক পষ পান কৰি
পূৰ্ণিমাত পকি জকি ঢলি পৰি
এক পষ শুই গা টঙাই লৈ
আকৌ তাতে লাগি দিয়ে
সকলোৱে- দিয়েহে পিয়েহে পিয়েহে
পিয়েহে পিয়েহে পিয়েহে পিয়েহে
-
ভূঃ-হাঃ- [সাতাম পুৰুষীয়া আজো ককাইতকৈ
বুঢ়া চন্দ্ৰমাক তোতোৰা মুখকেই]←২
বলীয়াই ৰিজাই বুলি চন্দ্ৰাননী প্ৰিয়াৰ
মুখৰে সৈতেহে
সকলোৱেঃ-পিয়েহে পিয়েহে পিয়েহে পিয়েহে
ভূঃ-হাঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
সকলোৱেঃ-হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
ভূঃ-হাঃ- দেবাসুৰে দন্দ কৰি থাকোতেই
উঠে ওখ আকাশতহে
জ্যোতিৰ্বিদে কয় চন্দ্ৰ গ্ৰহ মৰা←২
জন প্ৰাণীহীন গোটেই চন পৰা
জ্যোতিৰ্বিদে কয় চন্দ্ৰ গ্ৰহ মৰা
জন প্ৰাণীহীন গোটেই চন পৰা
কৃপাবৰে কয় অতি ফটিকাৰ কৰ্মফল
ধৰি লোৱাহে
লোৱাহে লোৱাহে
সকলোৱেঃ-পিয়েহে পিয়েহে...।।
-
ৰচনা: লক্ষ্মীনাথ বেজবৰুৱা
কণ্ঠ : ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা
ইউনিক'ড ৰূপান্তৰঃ- বসন্ত নাথ
সমুদ্ৰ মথা কালতহে
সকলোৱেঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে]←২
ভূঃ-হাঃ- দেবাসুৰে দন্দ কৰি থাকোতেই
উঠে ওখ আকাশতহে
সকলোৱেঃ- (হে)হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
-
ভূঃ-হাঃ- [ফটিকাৰ টেকেলি লৈ পলাই গ'ল
ভেবা লাগি দেৱ দৈত্য চায় ৰ'ল ]←২
তেতিয়াৰে পৰা বুঢ়া আঙুলি
দেখায় জোনায়ে
ফটিকা পিয়ে
সকলোৱেঃ- পিয়েহে পিয়েহে পিয়েহে পিয়েহে←২
-
ভূঃ-হাঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
সকলোৱেঃ-হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
ভূঃ-হাঃ- দেবাসুৰে দন্দ কৰি থাকোতেই
উঠে ওখ আকাশতহে
সকলোৱেঃ- (হে)হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
-
ভূঃ-হাঃ- সোমৰস এক পষ পান কৰি
পূৰ্ণিমাত পকি জকি ঢলি পৰি
এক পষ শুই গা টঙাই লৈ
আকৌ তাতে লাগি দিয়ে
সকলোৱে- দিয়েহে পিয়েহে পিয়েহে
পিয়েহে পিয়েহে পিয়েহে পিয়েহে
-
ভূঃ-হাঃ- [সাতাম পুৰুষীয়া আজো ককাইতকৈ
বুঢ়া চন্দ্ৰমাক তোতোৰা মুখকেই]←২
বলীয়াই ৰিজাই বুলি চন্দ্ৰাননী প্ৰিয়াৰ
মুখৰে সৈতেহে
সকলোৱেঃ-পিয়েহে পিয়েহে পিয়েহে পিয়েহে
ভূঃ-হাঃ- হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
সকলোৱেঃ-হাতে ঢুকি পোৱা আছিল জোনাই
সমুদ্ৰ মথা কালতহে
ভূঃ-হাঃ- দেবাসুৰে দন্দ কৰি থাকোতেই
উঠে ওখ আকাশতহে
জ্যোতিৰ্বিদে কয় চন্দ্ৰ গ্ৰহ মৰা←২
জন প্ৰাণীহীন গোটেই চন পৰা
জ্যোতিৰ্বিদে কয় চন্দ্ৰ গ্ৰহ মৰা
জন প্ৰাণীহীন গোটেই চন পৰা
কৃপাবৰে কয় অতি ফটিকাৰ কৰ্মফল
ধৰি লোৱাহে
লোৱাহে লোৱাহে
সকলোৱেঃ-পিয়েহে পিয়েহে...।।
-
ৰচনা: লক্ষ্মীনাথ বেজবৰুৱা
কণ্ঠ : ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা
ইউনিক'ড ৰূপান্তৰঃ- বসন্ত নাথ
No comments:
Post a Comment