অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা




চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আকাঁনা

চিত্ৰপটত চিন্তাশীল

এক চিন্তানায়ক আকানা



চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আকাঁনা

চিত্ৰপটত চিন্তাশীল

এক চিন্তানায়ক আকানা



চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আকাঁনা

চিত্ৰপটত চিন্তাশীল

এক চিন্তানায়ক আকানা

.......



জন জীৱনৰে

ৰঙীন পখিলা

মন জীৱনৰে

গভীৰ নীলা

পাত্ৰ দুটি সজাই লোৱা

দুয়ো উটি লও

বিলাই লোৱা

তুলিকা তুলি লোৱানা

চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আকাঁনা

চিত্ৰপটত চিন্তাশীল

এক চিন্তানায়ক আকানা

.....


এটি দুটি ৰেখাৰে

সাবধানতাৰে

এটি দুটি ৰেখাৰে

সাবধানতাৰে

নয়ন আকাঁ দূ্ৰদৰ্শী

নয়ন আকাঁ দূ্ৰদৰ্শী

এটি দুটি ৰেখাৰে

সাবধানতাৰে

এটি দুটি ৰেখাৰে

সাবধানতাৰে

নয়ন আকাঁ দূ্ৰদৰ্শী

নয়ন আকাঁ দূ্ৰদৰ্শী


......


অনাগত দিনৰ

অভিনব পুৱা

সীমা অসীমৰ

সীমা বুজি পোৱা

বক্ষ এখন আকিঁ দিয়া

লক্ষজনে লক্ষ পোৱাৰ

তুলিকা তুলি লোৱানা



চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আকাঁনা

চিত্ৰপটত চিন্তাশীল

এক চিন্তানায়ক আকানা



চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আকাঁনা

চিত্ৰপটত চিন্তাশীল

এক চিন্তানায়ক আকানা

-

(ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা দেৱৰ দ্বৈত কণ্ঠেৰে নিগৰিত গীত) 
(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)


No comments: